Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Fraudulent Female Employee Arrested:মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰী নাম লৈ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ জলসিঞ্চন কৰ্মচাৰীৰ

প্ৰৱঞ্চনাৰ জাল জলসিঞ্চনৰ মহিলা কৰ্মচাৰী,পুত্ৰ- বোৱাৰীৰ, আৰক্ষীৰ জালত প্ৰৱঞ্চনাৰ জাল মেলা জলসিঞ্চনৰ মহিলা কৰ্মচাৰী

publisher by publisher
August 23, 2024
in Uncategorized
Reading Time: 1 min read
0
Fraudulent Female Employee Arrested:মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰী নাম লৈ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ জলসিঞ্চন কৰ্মচাৰীৰ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

Executive engineer arrested for taking bribe:উৎকোচ লৈ গ্ৰেপ্তাৰ মঙলদৈ জলসিঞ্চনৰ কার্যবাহী অভিযন্তা

Cattle Seized in Khanapara:মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ জালত গো-ভর্তি বাহন

Fraudulent Female Employee Arrested:

বিভিন্নজনক প্ৰৱঞ্চনা কৰি অহা এগৰাকী চৰকাৰী মহিলা কৰ্মচাৰী আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ জালত পৰে ৷ ধৃত মহিলা গৰাকীৰ নাম পুতলী ডেকা। জলসিঞ্চন বিভাগত কৰ্মৰত কৰ্মচাৰী গৰাকীয়ে চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উদ্থাপিত হৈছে ৷ আনকি ধুৰন্ধৰ মহিলা গৰাকীয়ে মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰী নাম লৈ ধন সংগ্ৰহ কৰিছিল।

ADVERTISEMENT

বৰপেটা জিলাৰ চেঙাৰ বাসিন্দা প্ৰৱঞ্চক মহিলা গৰাকীয়ে স্বাস্থ্য সহ বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা লোকসকলৰ আগত নিজ পুত্ৰ কৌস্তভ বৰুৱা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত চিকিৎসক বুলি পৰিচয় দি আহিছিল।

কিন্ত প্ৰাপ্ত খবৰ অনুসৰি পুতলী ডেকাৰ পুত্ৰ কৌস্তভ বৰুৱা আচলতে চিকিৎসক নহয় ৷ তেওঁ এজন ভুৱা চিকিৎসক ৷ আন এক উদ্থাপিত অভিযোগ অনুসৰি পুতলি ডেকাৰ বোৱাৰী জুপিতৰা বৰুৱাই অতি কৌশলৰে মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰী ভুৱা নাম লৈ স্বামী কৌস্তভ বৰুৱাৰ ম’বাইলৰ পৰা বিভিন্নজনক হেমন্ত চৌধুৰী বুলি চিনাকী দি ফোন কৰিছিল ৷

তদুপৰি ধুৰন্ধৰ পুতলী ডেকা আৰু পুত্ৰ-বোৱাৰীয়ে মুখ্যমন্ত্ৰীৰ অএছডি হেমন্ত চৌধুৰীক চিবিআইৰে আটক কৰিছে প্ৰৱঞ্চনাৰ জাল পেলাই তেওঁক মুকলি কৰিবলৈ চিবিআইক বহু টকা দি মোকলাই অনাৰ বাবে সংগ্ৰহ কৰিছিল বহু কোটি টকা ৷
উল্লেখ্য যে ধুৰন্ধৰ পুতলী ডেকাই ধন সংগ্ৰহ কৰা লোক সকলৰ ৰোষত নপৰিবৰ বাবে প্ৰায়ে সলনি কৰিছিল ভাড়াঘৰ।

উল্লেখযোগ্য চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰি চাকৰি দিব নোৱাৰি পলাই ফুৰিছিল ৷ উদ্থাপিত অভিযোগ অনুসৰি প্ৰাপ্ত ধন বিচাৰি গ’লে ভুক্তভোগী লোকসকলক পুতুলী ডেকাৰ পুত্ৰ কৌস্তভৰ হাতত থকা মাৰণাস্ত্ৰৰে ভয় ভাবুকি প্ৰদান কৰি আহিছিল।

অৱশেষত ভুক্তভোগী লোকে আৰক্ষীৰ কাষ চপাত ইতিমধ্যে আৰক্ষীয়ে পুতুলী ডেকাক গ্ৰেপ্তাৰ কৰি বৰ্তমান পলাতক অৱস্থাত থকা পুত্ৰ কৌস্তভ বৰুৱা আৰু জুপিতৰা বৰুৱাৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

মনকৰিবলগীয়া যে,পুতুলী ডেকাই জলসিঞ্চন বিভাগৰ চানমাৰিস্থ নিজ কৰ্মস্থলীতে বিভিন্নজনৰ ধন লোৱাৰ দৃশ্য কেমেৰাত বন্দী হৈছিল ৷ অৱশ্যে অৱশেষত নৱগ্ৰহ অঞ্চলৰ পৰা প্ৰবঞ্চক পুতুলী ডেকাক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fraudulent Female Employee ArrestedGuwahati PoliceIrrigation Dept
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d