Nalbari Visit Mp Gaurav Gogoi: নলবাৰীত য়ুৱ কংগ্রেছৰ সন্মিলনত অংশ গ্রহণ সাংসদ গৌৰৱ গগৈ

gaurav gogoi

Nalbari Visit Mp Gaurav Gogoi:

➡️নলবাৰীত য়ুৱ কংগ্রেছৰ সন্মিলনত অংশ গ্রহণ সাংসদ গৌৰৱ গগৈৰ ।

➡️অসমত শান্তি বিঘ্নিত হোৱা পৰিবেশ সৃষ্টি কৰিব বিছৰা হৈছে।

➡️ বদৰুদ্দিন আজমলৰ ফটা চকাত হিমন্ত বিশ্ব শৰ্মাই হাৱা ভৰাই আছে।

➡️বদৰুদ্দিন আজমলৰ পৰাও সাম্প্ৰদায়িক কথা কোৱাটো বিছৰা হৈছে।

➡️ আজি নলবাৰীত এই মন্তব্য কৰে সাংসদ গৌৰব গগৈয়ে।

➡️বদৰুদ্দিন আজমলে হিন্দু বিৰোধী মন্তব্য হয়টো দিব পাৰে ।

➡️অসমত অশান্ত কৰাৰ কৌশল ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে ।

➡️সংবিধান প্ৰদত্ত অধিকাৰ সকলোৱেই পাৱ লাগিব : গৌৰৱ গগৈ ।

➡️২৬ চৰকাৰ কংগ্ৰেছৰে হ’ব ।

➡️মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ সময় হল ।

➡️উন্নয়ন,মুল্যবৃদ্ধি আৰু সমস্যা হৱ কংগ্ৰেছৰ প্ৰধান ইচ্যু ।

Exit mobile version