Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Ambubachi mela 2025:অম্বুবাচীত পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ ভক্তৰ প্ৰৱেশত অনুমতি

জৰুৰীকালীন সেৱাৰ বাহিৰে পাণ্ডু-কামাখ্যা পথ বন্ধ ৰখা হ'ব

publisher by publisher
June 17, 2025
in Uncategorized
Reading Time: 2 mins read
0
Ambubachi mela 2025:অম্বুবাচীত পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ ভক্তৰ প্ৰৱেশত অনুমতি
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Gautam Gambhir:মা কামাখ্যাৰ আশিস ল’বলৈ পুৱাই কামাখ্যা ধামত উপস্থিত ‘টীম ইণ্ডিয়া মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ

Guwahati CP: নিশা ৯ বজাৰ পিছত জুবিন গাৰ্গৰ কাহিলীপাৰাস্থ বাসগৃহত কোনো অনুৰাগী যাতে নাথাকে তাৰ বাবে আহ্বান মহানগৰ আৰক্ষী আয়ুক্তৰ

Asom Garia Parishad:অম্বুবাচী মহাযোগত তথাকথিত সংগঠনৰ চৰম উদ্ভণ্ডালি

Ambubachi mela 2025:

নীলাচল পাহাৰস্থিত শক্তিপীঠ কামাখ্যা দেৱালয়ত প্ৰতি বছৰে পালন কৰি অহা অম্বুবাচী মহাযোগলৈ মাজত মাথোঁ পাঁচটা দিন। ২২ জুনৰ বিয়লি দুই বাজি ৫৬ মিনিট যোৱাৰ লগে লগে অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ’ব আৰু ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হৈ পৰিব।

ADVERTISEMENT

এই সন্দর্ভত কামাখ্য দেৱালয়ৰ মুখ্য দলৈ কবিন্দ্র প্রসাদ শর্মা, কামৰূপ মহানগৰ জিলা আযুক্ত সুমিত ছাত্তাবান আৰু আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই মন্দিৰৰ চৌহদত এক সংবাদমেল সম্বোধন কৰি ধৰ্মীয় অনুষ্ঠানটোলৈ আহিবলগীয়া ভক্তসকলৰ সহায় হোৱাকৈ কে’তবোৰ নীতি-নির্দেশনা সদৰী কৰিছে। এই সন্দৰ্ভত মুখ্য দলৈ শর্মাই কয় যে তিনি দিনধৰি এই দুৱাৰ বন্ধ থকাৰ পাছত ২৬ জুনৰ পুৱা দুৱাৰ মুকলি হ’ব।

২৬ আৰু ২৭ জুনত সৰ্বসাধাৰণ যাত্ৰীয়ে দৰ্শনৰ সুবিধা পাব বুলি তেওঁ উল্লেখ কৰি এই দুটা দিনত বিশেষ আৰু ভিআইপি দৰ্শনৰ কোনোধৰণৰ ব্যৱস্থা নাথাকে বুলি স্পষ্ট কৰি দিয়ে। আনহাতে, মালিগাঁও উৰণীয়া সেতুৰ তলৰ পৰা তথা নীলাচলৰ পাদদেশ আৰু কামাখ্যা মন্দিৰ সংযোগী মূল পথছোৱাত উল্লিখিত দিনকেইটাত যান-বাহন চলাচল বন্ধ থাকিব।

২২ জুনৰ পৰা ২৫ জুনলৈ নীলাচল পাহাৰত পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ ভক্তই প্ৰৱেশ কৰিব পাৰিব। অর্থাৎ এই সময়ছোৱাৰ ভিতৰতহে সংশ্লিষ্ট মূল পথৰে ভক্তক প্ৰৱেশৰ অনুমতি প্রদান কৰা হৈছে। একেদৰে ব্যয়োজ্যেষ্ঠ ব্যক্তি আৰু কম বয়সীয়া শিশু পৰাপক্ষত লগত নানিবলৈও কর্তৃপক্ষই ভক্তসকলক আহ্বান জনাইছে। উল্লেখ্য যে পাণ্ডু-কামাখ্যা মন্দিৰ সংযোগী নতুন পথছোৱা জৰুৰীকালীন সেৱাৰ বাহিৰে সকলোৰে বাবে বন্ধ থাকিব।

লগতে প্রশাসনে অম্বুবাচীৰ সময়ছোৱাত দেৱালয়ৰ প্ৰাংগনত উচ্চ স্বৰৰ সংগীত আৰু কোলাহল, সাংস্কৃতিক শোভাযাত্রা নিষিদ্ধ ঘোষণা কৰিছে। যিকোনো ধৰণৰ সহায় তথা জৰুৰীকালীন অৱস্থাত ১১২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে এই অনুষ্ঠানক লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত পর্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংশ্লিষ্ট বিষয়াসকলৰ স’তে এক পর্যালোচনা বৈঠপ অংশ লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ambubachi MelaCp Parthasarathi MahantaKamakhya Temple
publisher

publisher

Related Posts

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই
Uncategorized

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ

September 4, 2026
ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ
Uncategorized

ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d