Senior journalist Jayanta Kumar Das passes away:বৰপেটাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান

জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ শোক প্ৰকাশ

jayanta

Senior journalist Jayanta Kumar Das passes away:

বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক তথা জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ প্ৰাক্তন যুটীয়া সম্পাদক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান ৷ বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা অৱস্থাতে ইহলীলা সম্বৰণ কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে । দাস দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল ৷ দাসা মৃত্যুত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Exit mobile version