Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Hamas chief killed in attack on his residence in Tehran:হামাছৰ মুৰব্বী ইছমাইল হানিয়েকক হত্যা

ইৰাণৰ ৰাজধানী তেহৰাণস্থ বাসগৃহত হত্যা হানিয়েকক, হানিয়েকৰ দেহৰক্ষীকো হত্যা, আই আৰ জি চি- এ এই কথা সদৰি কৰিছে, কোনে হত্যা কৰিছে এই সন্দৰ্ভত সদৰি কৰাৰ পৰা বিৰত থাকিল আই আৰ জি চি

publisher by publisher
July 31, 2024
in Uncategorized
Reading Time: 2 mins read
0
Hamas chief killed in attack on his residence in Tehran:হামাছৰ মুৰব্বী ইছমাইল হানিয়েকক হত্যা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Hamas chief killed in attack on his residence in Tehran:

ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে (আই আৰ জি চি) এক বিবৃতিত নিশ্চিত কৰিছে যে হামাছৰ মুৰব্বী ইছমাইল হানিয়েক আৰু তেওঁৰ এজন দেহৰক্ষীক তেহৰাণত থকা বাসগৃহত হত্যা কৰাৰ কথা প্ৰকাশ কৰে ৷

ADVERTISEMENT

আই আৰ জি চিৰ জনসংযোগ বিভাগৰ এক বিবৃতিত সদৰি কৰা মতে বুধবাৰে পুৱা এই আক্ৰমণ সংঘটিত হয় ৷ অৱশ্যে কোনে হত্যা কৰিলে এই কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকি এই সন্দৰ্ভত ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে ইৰাণী সেনাৰ সন্থাটোৱে ৷

বিবৃতিটোত আই আৰ জি চি- এ হামাছৰ নেতাগৰাকীৰ মৃত্যুত পেলেষ্টাইনৰ জনসাধাৰণ, মুছলমান বিশ্ব আৰু ৰেজিষ্টেন্স ফ্ৰণ্টৰ যোদ্ধাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৷

আনহাতে, হামাছৰ এক বিবৃতিত কোৱা হৈছে যে তেহৰাণত থকা নিজৰ বাসগৃহত “ইজৰাইলৰ এক পৰিকল্পিত” অভিযানত পেলেষ্টাইনী দুৰ্ধৰ্ষ নেতা ইছমাইল হানিয়েহক হত্যা কৰা হৈছে।

হামাছৰ ৰাজনৈতিক ব্যুৰোৰ সদস্য মৌছা আবু মাৰ্জুকে কয় যে ইছমাইল হানিয়েহৰ “কাপুৰুষীয়া” হত্যাকাণ্ডৰ “উত্তৰহীন নহ’ব”। উল্লেখ্য যে ইয়াৰ পূৰ্বে মঙলবাৰে হানিয়েে ইৰাণৰ নতুন ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত অংশ লৈ ইৰাণৰ জ্যেষ্ঠ নেতৃবৰ্গক সাক্ষাৎ কৰিছিল।

ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ সৈতে হোৱা বৈঠকত হামাছ আৰু পেলেষ্টাইনৰ প্ৰতি তেহৰানে সমৰ্থন আগবঢ়োৱাৰ প্ৰশংসা কৰাৰ কিছু ঘণ্টাৰ পিছতে হত্যা কৰা হয় পেলেষ্টাইনী নেতাগৰাকীক।

মনকৰিবলগীয়া যে হামাছৰ স’তে বিগত দহমাহ ধৰি তয়াময়া যুদ্ধ অব্যাহত ৰাখিছে ইজৰাইলে ৷ বিগত দিনত ইজৰাইলৰ আক্ৰমণত তিস্তিব নোৱাৰি হামাছৰ বাঘা বাঘা নেতা গাজাপট্টী এৰি কাষৰীয়া বহু কেইখন দেশত আশ্ৰয় গ্ৰহণ কৰিছে। ইতিপূৰ্বে ইছৰাইলে হত্যা কৰিছে বহু কেইগৰাকী শীৰ্ষ হামাছৰ নেতাক ৷ কিন্ত ইজৰাইল টাৰ্গেটত আছিল হামাছৰ মুৰব্বী হানিয়েহ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: hamas Chief killed In AttackIsmail HaniyehResidence in Tehran
publisher

publisher

Related Posts

ACS officer Nupur Bora:অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ACS নুপুৰ বৰাৰ
Uncategorized

September 11, 2026
অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়
Uncategorized

অসম-তামিলনাডু আৰু পুডুচেৰীৰ ভিতৰত অসমতে সর্বাধিক ৯৬.৩ কোটি ব্যয়

September 10, 2026
কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d