Kherani Accident:পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা

kherani accident

Kherani Accident:

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেক্টৰ আৰু মাৰুটী ছুইফট বাহনৰ মাজত মুখামুখী সংঘৰ্ষ। কথমপি প্ৰাণৰক্ষা মাৰুটী ছুইফট বাহনৰ চালকৰ। দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীৰ পৰা পলায়ন ট্ৰেক্টৰসহ চালকৰ ।

ADVERTISEMENT

 

ইপিনে ভয়ত মাৰুটী ছুইফট বাহনখনৰ চালকজানো পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰে শুভম ৰয় নামৰ সুৰাপায়ী চালকজনক। বিহাৰৰ বাসিন্দা শুভম ৰয় জল জীৱন আঁচনি ৰূপায়নৰ কামৰ সৈতে জড়িত এজন ব্যক্তি।

Exit mobile version