Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

DB STOCK BROKING:চাৰি হেজাৰ কোটি টকা লুটি পলায়ন মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন

আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চকৰ প্ৰেয়সী, দীপাংকৰৰ DB STOCK BROKINGৰ শ্বেয়াৰত বিনিয়োগ কৰিছিল ২৩ হেজাৰলোকে, হাইদৰাবাদৰ এজন লোকে বিনিয়োগ কৰিছিল কোটি টকা, অষ্ট্ৰেলিয়া সহ বহি:দেশৰ বহু লোকৰ কোটি টকা বিনিয়োগ, মহানগৰীৰ কাৰ্যালয়ত বিনিয়োগকাৰীৰ হাহাকাৰ

publisher by publisher
August 21, 2024
in Uncategorized
Reading Time: 2 mins read
0
DB STOCK BROKING:চাৰি হেজাৰ কোটি টকা লুটি পলায়ন মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

DB STOCK BROKING

এশ- দুশ নহয় প্ৰায় ৪ হাজাৰ কোটি টকা লুটি গুৱাহাটীৰ পৰা পলায়ন এজন ২৫ বছৰীয়া মহা প্ৰবঞ্চকৰ ৷ দীপাংকৰ বৰ্মন নামৰ গুৱাহাটী জালুকবাৰীৰ এই মহা প্ৰবঞ্চক জনে ডিবি ষ্টক ব’কিং (DB STOCK BROKING) নামৰ শ্বেয়াৰ মাৰ্কেটিঙ সন্থা এটা স্থাপন কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে বহি:ৰাজ্যৰ পৰিধি ভেদি সুদুৰ অষ্ট্ৰেলিয়াৰ প্ৰায় ২৩ হেজাৰ লোকৰ ধন বিনিয়োগ কৰাৰ নামত সংগ্ৰহ কৰিছিল প্ৰায় চাৰি হেজাৰ টকা ৷

ADVERTISEMENT

ধন লুট কৰি পলায়নৰ পিছতে আৰক্ষীৰ জালত পৰে ধুৰন্ধৰৰ প্ৰেয়সী- বাগদত্তা ৷ আনকি দুয়োৰে বিয়া ঠিক কৰাও হৈছিল। ১০ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা বিয়াৰ বাবে বিবাহ বাহৰ ঠিক কৰিছিল ‘ পঞ্চতাৰকা তাজ ভিভাণ্টা ৷ আনকি হনিমুনৰ বাবে স্থানো ঠিক কৰিছিল চুইজাৰলেণ্ড ৷

কিন্ত প্ৰেয়সী ঠিকনা হ’লগৈ পানবজাৰ মহিলা আৰক্ষী থানা । উদ্থাপিত অভিযোগ অনুসৰি গুৱাহাটী সহ দেশ- বিদেশত অগাধ সম্পত্তিৰ গঢ়ি তোলা DB STOCKৰ স্বত্বাধিকাৰী দীপাংকৰৰ সকলো অবৈধ কাণ্ডৰ অন্যতম সহযোগী প্ৰেয়সীৰ বাসগৃহ আৰু মহাপ্ৰবন্ধকৰ বাসগৃহ ধন বিচাৰি ইতিমধ্যে ভিৰ কৰিছে গ্ৰাহকে ৷ পিতৃ প্ৰবক্তা ,মাতৃ আয়কৰ বিষয়াৰ অবাধ্য পুত্ৰৰ এই কাৰ্যৰ বাবে দুখ প্ৰকাশ কৰি ফেচবুক যোগে পিতৃয়ে পুত্ৰলৈ ধন বিনিয়োগ কৰা প্ৰতিজন গ্ৰাহকক উভতাই দিবলৈ আহ্বান জনোৱাৰ লগতে আত্মসমৰ্পণ কৰিবলৈ কয় ৷

উল্লেখ্য যে অভিযুক্ত দীপাংকৰৰ প্ৰতিটো কামৰ সোঁহাত স্বৰূপ আছিল সুন্দৰী বাগদত্তা গৰাকী। যোৱা কেইবাদিন ধৰি গ্ৰাহকে ধন বিচাৰি থকাত অতিষ্ঠ হৈ মঙলবাৰে নিশা প্ৰেয়সী দ্বাৰস্থ হৈছিল লতাশিল থানাত ৷ থানায়ো ৰক্ষনাবেক্ষণ দিছিল যদিও আৰক্ষীয়ে তদন্তমৰ্মে আজি পানবজাৰ মহিলা আৰক্ষীক গতাই দিয়ে।

আজি মহানগৰীৰ জিএছ ৰোডস্থ উলুবাৰীৰ সমীপৰ বৰা ছাৰ্ভিছত থকা DB STOCK BROKING কাৰ্যালয়ত ধন বিচাৰি গ্ৰাহকৰ ভিৰ হৈছে যদিও ইতিমধ্যে এই কাৰ্যালয়টোত ওলমিছে প্ৰকাণ্ড তলা। একেদৰে তলা ওলমিছে নলবাৰী কাৰ্যালয়ত।

উল্লেখযোগ্য ধুৰন্ধৰ মহাপ্ৰবন্ধকৰ ধনৰ মোহত বন্দী হৈ চাৰিবছৰ ধৰি প্ৰেমত আবদ্ধ হোৱাৰ লগতে আওপকীয়াকৈ ব্যৱসায়ৰো সংগী হৈ সাজু হৈছিল বিবাহত বহিবলৈ ৷ কিন্ত বিধিৰ বিপাক হাজাৰ হাজাৰ কোটি টকা লুট কৰি প্ৰবঞ্চক প্ৰেমিকৰ পলায়নৰ বিপৰীতে এতিয়া বিলাইবিপত্তি নোহোৱা হৈছে সুন্দৰী বাকদত্তাৰ ৷

উল্লেখ্য যে বুধবাৰে সন্ধিয়া লৈকে মহা প্ৰবঞ্চকৰ বিৰুদ্ধে কোনো এখন থানাত এটাও গোচৰ ৰজু নোহোৱা হেতুকে আৰক্ষী আগবাঢ়িব পৰা নাই তদন্তলৈ ৷এই কথা খোদ সদৰি কৰিছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

মনকৰিবলগীয়া যে,ধুৰন্ধৰ দীপাংকৰ বৰ্মনৰ DB STOCK BROKING ত ধন বিনিয়োগ কৰাৰ ভিতৰত আছিল বহু হাইপ্ৰফাইল লোক ৷ ইয়াৰ ভিতৰত আছিল ৰাজনৈতিক নেতা ৷ গুৱাহাটী সহ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিস্থিত ব্যৱসায়ী ৷ গুৱাহাটীৰ এজন ব্যৱসায়ী আৰু অষ্ট্ৰেলিয়াৰ এজন লোকে প্ৰায় ৮০ লাখকৈ বিনিয়োগ কৰাৰ বিপৰীতে হাইদৰাবাদৰ ৰেড্ডী নামৰ আগশাৰীৰ ব্যৱসায়ীয়ে বিনিয়োগ কৰিছিল ২৫ কোটি টকা।

প্ৰাপ্ত খবৰ অনুসৰি হাইদৰাবাদৰ ৰেড্ডী নামৰ আগশাৰীৰ ব্যৱসায়ীজন ধন বিচাৰি গুৱাহাটীত উপস্থিত হৈছে যদিও আৰক্ষীৰ দ্বাৰস্থ হোৱা নাই ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DB STOCK BROKINGDipankar barmaneSCAPE oF The Great FraudststefOUR tHOUSAND cRORE iNVESTMENTIllegal sHARE aGENCY
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d