DGP has ordered the transfer of the cases of Bishal Phukan and Sumi Bora to CID:চি আই ডিলৈ বিশাল ফুকন, চুমি বৰাৰ গোচৰ হস্তান্তৰৰ নিৰ্দেশ ডিজিপিৰ

dg p sing

DGP has ordered the transfer of the cases of Bishal Phukan and Sumi Bora to CID:

➡️ৰাজ্য সৰ্ববৃহৎ বিত্তীয় কেলেংকাৰীৰে জড়িত বিশাল ফুকন, চুমি বৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ পদক্ষেপৰ নিৰ্দেশ ডিজিপিক ৷

➡️চি আই ডিলৈ বিশাল ফুকন, চুমি বৰাৰ গোচৰ হস্তান্তৰ ৷

➡️ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে হস্তাক্ষৰ কৰিছে দুই অভিযুক্তৰ গোচৰ ৷

➡️বহুচৰ্চিত বিত্তীয় কেলেংকাৰিৰ তদন্তৰ বাবে গঠন এছ আই টি ৷

➡️আগন্তুক পোন্ধৰ দিনৰ ভিতৰত এছ আই টিক ৰিপৰ্ট দাখিলৰ নিৰ্দেশ ডিজিপি জি পি সিঙৰ ৷

➡️ইতিমধ্যে এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰাৰ বিষয়ে সদৰি কৰে ডিজিপি গৰাকীয়ে ৷

Exit mobile version