Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: পৰিৱেশ অস্থিৰতা থাকিব পাৰে; শৰীৰৰ প্ৰতি সচেতন হওক। নতুন যোগাযোগৰ পৰা আনন্দিত হ’ব। কার্যক্ষেত্রত মধ্যম। শুভ ৰং বগা, শুভ সংখ্যা ৮।

বৃষ: খৰচ বৃদ্ধি। বিয়াৰ যোগাযোগত শুভ। কার্যক্ষেত্ৰত মধ্যম। শৰীৰৰ প্ৰতি নজৰ দিয়ক, বিদ্যাত মধ্যম। শুভ ৰং মাখন, শুভ সংখ্যা ৫।

মিথুন: মাতৃৰ শুভ। কর্মক্ষেত্রত জটিলতা। বিদ্যাত শুভ। ব্যয় বৃদ্ধি। তুলসীৰ তলত পানী দিয়ক। শুভ বং গুলপীয়া, শুভ সংখ্যা ১।

কর্কট: মনৰ দৃঢ়তা বৃদ্ধি। কর্মত উন্নতি। হতাশা আঁতৰিব। যানবাহন লাভ। ইলেকট্ৰিকৰ পৰা সাৱধান। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৪।

সিংহ: দুষ্ট লোকৰ পৰা সাৱধান। গোপন শত্রু বৃদ্ধি। কার্যক্ষেত্রত উন্নতি, ভ্রমণত কষ্ট। শুভ ৰং সোণালী, শুভ সংখ্যা ৮।

কন্যা: কর্মত উন্নতি। নিজ স্থিতি অটুট ৰাখক। বন্ধুৰ পৰা উৎসাহ পাব। দুখীয়াক অন্নদান কৰক। শুভ ৰং ডাঠ নীলা, শুভ সংখ্যা ৩।

তুলা: কর্মত শুভ। আবেগত কোনো সিদ্ধান্ত নল’ব। বিদ্যাত চেষ্টা কৰক। ভ্রমণ দক্ষিণ দিশৰ পৰা কৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।

বৃশ্চিক: কর্মস্থানত জটিলতা কমিব, সন্তানৰ শুভ। দূৰ ভ্ৰমণৰ যোগ। দুপৰীয়া নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৯।

ধনু: ব্যৱসায়ত উন্নত। কর্মস্থানত উদাৰতা প্রকাশ। শৰীৰৰ উন্নতি। আনৰ কথাত গুৰুত্ব নিদিব। শুভ ৰং কমলা, শুভ সংখ্যা ৫।

মকৰঃ কৰ্মত দক্ষতা। প্রতিভা বিকাশ, নতুন চিন্তাই আনন্দিত কৰিব। ভ্ৰমণত শুভ। বিদ্যাত যত্ন লওক। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।

কুম্ভ: কর্মত উন্নতি। বিদ্যাত আনন্দ। সম্মান হানি হ’ব পাৰে। দাম্পত্যত শুভ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৬।

মীন: ভ্রাতৃৰ উন্নতি। দুষ্ট লোকৰ পৰা সাৱধান। ব্যয় বৃদ্ধি, ভ্রমণত সফল। শৰীৰৰ উন্নতি। শুভ ৰং সোণালী। শুভ সংখ্যা ২।

Exit mobile version