Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: আপোনাৰ আজি অযথা ব্যয় হ’ব পাৰে। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ মনত ভয়ৰ সৃষ্টি হ’ব। আপোনাৰ মানসিকভাৱে আজি অলপ প্রভাৱ পৰিব পাৰে। আর্থিকভাৱে আজি আপোনাৰ দিনটো ভাল। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

বৃষ: আপোনাৰ আজি মানসিক শক্তি প্রৱল হোৱাৰ সম্ভাৱনা আছে। আর্থিকভাৱে আপোনাৰ ভাল। কর্মক্ষেত্ৰত আজি ভাল দিন। দিনটো শুভ । টকা-পইচাৰ ক্ষেত্ৰত আজি অলপ বেছি নজৰ দিব। শুভ ৰং বগা। শুভ সংখ্যা ২।

মিথুন: মানসিকভাবে চাপ অনুভৱ কৰিব। আপোনাৰ কাৰণে আজিৰ দিনটো অনুকূল। পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল। অশান্তি অনুভব হ’ব পাৰে। প্ৰেমত আজি ইমান ভাল নহয়। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩।

কর্কট: আজি আপোনাৰ কামৰ বাবে প্রশংসাও পাব পাৰে। মনত আজি কোনো কথাৰ বাবে খং বা আবেগ অনুভৱ কৰিব পাৰে। প্রিয়জনৰ মাধ্যমেৰে আজি দিনটো ভাল হ’ব। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

সিংহঃ কোনো কামে আপোনাৰ আজিৰ দিন আনন্দময় কৰি তুলিব। আজি আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ল’ব। কাৰণ এই সিদ্ধান্তই আপোনাৰ বিপদ মাতিব পাৰে। আর্থিকভাবে ভাল। শুভ ৰং কমলা। শুভ সংখ্যা ৩।

কন্যা: কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। আর্থিকত উন্নতি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। আজি আপোনাৰ ঘনিষ্ঠ সম্পর্ক থকা সকলোৰ লগত ভেদ হ’ব পাৰে। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।

তুলা: আপোনাৰ আজি চিন্তা হ’ব পাৰে। ব্যৱসায়িকভাবে আজি আপোনাৰ লাভ হ’ব। আশাৰ মনোবল বৃদ্ধি হ’ব। শিক্ষার্থীসকলৰ বাবে আজি শুভ দিন। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি দিন ভালকৈ যাব। শুভ ৰং বগা। শুভ সংখ্যা ৭।

বৃশ্চিক: আজি আপুনি কোনো সুযোগ লাভ কৰিব পাৰে, আপোনাৰ প্রতিভা দেখুৱাৰ কাৰণে। আর্থিকত বেয়া। সতর্কতা অৱলম্বন কৰি আজি সিদ্ধান্ত গ্রহণ কৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

ধনুঃ আপোনাৰ কোনো কামে আজি সকলোকে আনন্দ প্রদান কৰিব পাৰে। আর্থিকভাবে আজি উন্নতি হোৱাৰ সম্ভাৱনা আছে। শুভ ৰং নীলা। শুভ সংখ্যা ৭।

মকৰঃ কাম কৰাৰ পথত আজি আপোনাৰ আৰ্থিক সমস্যা আহিব পাৰে। পাৰিবাৰিকভাৱে আজি খৰচ বঢ়াব সম্ভাৱনা অধিক। স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়াৰ দৰকাৰ। বিয়াৰ প্ৰস্তাৱ আহিব। শুভ ৰং বগা। শুভ সংখ্যা ৩।

কুম্ভ: আত্ম বিকাশত আজি জোৰ দিয়ক । আর্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে। প্রেমত শুভ। স্বাস্থ্যক আজি অৱহেলা নকৰিব। মানসিকভাৱে চাপ অনুভৱ কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।

মীন: আজি আপোনাৰ মানসিকভাৱে সমস্যা আহিব পাৰে। আপোনাৰ ভদ্র ব্যৱহাৰ আজি প্রশংসনীয় হ’ব। অতীতৰ বিনিয়োগ লাভদায়ক প্রমাণিত হ’ব। শুভ ৰং মাটিয়া৷ শুভ সংখ্যা ১ ৷

Exit mobile version