Schools in Kamrup Metropolitan District have been closed due to the heat:উৎকট গৰমৰ বাবে কামৰূপ মহানগৰ জিলাত বন্ধ ঘোষণা বিদ্যালয়ৰ

school

Schools in Kamrup Metropolitan District have been closed due to the heat:

উৎকট গৰমৰ বাবে কামৰূপ মহানগৰ জিলাত বন্ধ ঘোষণা বিদ্যালয়ৰ

২৪ পৰা ২৭ ছেপ্তেম্বৰলৈ সকলো চৰকাৰী- বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা জিলা প্ৰশাসনৰ৷

গৰমত বহু অসুস্থ অনুভৱ কৰিছিল বহু শিক্ষাৰ্থীৰ ৷

যাৰবাবে অভিভাৱককে শিক্ষানুষ্ঠান বন্ধৰ আহ্বান জনাইছিল প্ৰশাসনক ৷

Exit mobile version