Salaries of ministers and MLAs will be increased soon:শীৰ্ঘ্ৰেই বৃদ্ধি পাব ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ দৰমহা

assembly

Salaries of ministers and MLAs will be increased soon:

➡️শীৰ্ঘ্ৰেই বৃদ্ধি পাব ৰাজ্যৰ মন্ত্ৰী-বিধায়কৰ দৰমহা ৷

➡️ইতিমধ্যে অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিছে বিধানসভাৰ দৰমহা কমিটীৰ ৷

➡️৩০ অক্টোবৰত বিধানসভাৰ দৰমহা কমিটীয়ে অধ্যক্ষক দাখিল কৰিব চুড়ান্ত প্ৰতিবেদন ৷

➡️কমিটিয়ে ৰিপৰ্টত আছে দৰ্মহা বৃদ্ধিৰ পৰিমাণ ৷

➡️প্ৰাক্তন বিধায়ক আৰু প্ৰয়াত প্ৰাক্তন বিধায়কৰ পৰিয়ালে লাভ কৰা পেঞ্চন বৃদ্ধিৰ প্ৰস্তাৱ আছে প্ৰতিবেদনত ৷

➡️বিধায়কৰ দৰমহা-ভাট্টা ৩৯% বাঢ়িব লাগে বুলি বহু বিধায়কে দিয়া প্ৰস্তাৱ মনা নাই কমিটিয়ে ৷

➡️অৱশ্যে কমিটিয়ে সকলো দিশ পৰ্যালোচনা কৰি দাম বৃদ্ধিৰ প্ৰস্তাৱ দিয়ে অধ্যক্ষক ৷

Exit mobile version