Wild elephants infestation in Nalbari again:নলবাৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ

elephant 1

Wild elephants infestation in Nalbari again:

নলবাৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ | সেউজীয়া হৈ পৰা শালি ধাননি পথাৰ কৰিছে তহিলং | নলবাৰীৰ খানাজান , বৰখানাজান, পূৱ কেন্দুকুছিকে ধৰি কেইবাখনো গাওঁত বন্যহস্তীয়ে চলাইছে উপদ্ৰৱ | আতংকিত হৈ পৰিছে ৰাইজ | বিগত ২ বছৰৰ পৰা নলবাৰীৰ ভিন্ন প্ৰান্তত চলাইছে বন্যহস্তীয়ে উপদ্ৰৱ |

উল্লেখযোগ্য  বন্যহস্তীয়ে কৃষি ভূমি অনিষ্ট কৰাৰ লগতে বহু বাসগৃহৰো অনিষ্ট কৰিছে । ইফালে নলবাৰী জিলা বন বিভাগে বন্যহস্তী খেদাত ব্যৰ্থ হোৱাৰ অভিযোগ ।

Exit mobile version