Revenue Minister Jogen Mohan’s PA Manmath Das has been sacked: ৰাজহ মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সহায়ক মন্মথ দাসক অব্যাহতি

jogen mohan

Revenue Minister Jogen Mohan’s PA Manmath Das has been sacked:

➡️ৰাজহ মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সহায়ক মন্মথ দাসক অব্যাহতি ৷

➡️প্ৰৱঞ্চক অসীম দাসক জনতা ভৱনত প্ৰৱেশ পত্ৰ দিছিল মন্মথ দাসে ৷

➡️মন্ত্ৰীৰ অজ্ঞাতে প্ৰৱেশ পত্ৰ দিয়াৰ অভিযোগ মন্ত্ৰী যোগেন মহনৰ ৷

➡️বিভাগীয় তদন্ত ঘোষণা মন্ত্ৰী গৰাকীৰ ৷

Exit mobile version