ADRE.2.0 : দেওবাৰে সমগ্ৰ অসমতে কৰ্তন হ’ব ইণ্টাৰনেট সেৱা !

adre 1

ADRE.2.0 :

➡️দেওবাৰে তৃতীয় বৰ্গৰ স্নাতক এ ডি আৰ ই ৰ পৰীক্ষা |

➡️সম্পূৰ্ণ কটকটীয়া নিৰাপত্তামূলক ব্যৱস্থাৰ মাজত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

➡️ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ পি অনুসৰি হ’ব পৰীক্ষা ৷

➡️তৃতীয় বৰ্গত অৱতীৰ্ণ হৈছে ৭,৩৪ ,০৮০ প্ৰাৰ্থী ৷

➡️স্নাতক উত্তীৰ্ণৰ বাবে ৪,০৫৫ পদৰ বিপৰীতে চালক পদৰ বাবে ৪১৭টা ৷

➡️দেওবাৰে ৰাজ্যজুৰি কৰ্তন হ’ব ইন্টাৰনেট সেৱা ৷

➡️পুৱা ৮:৩০ বজাৰ ৪-৩০ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট সেৱা ।

➡️ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।

➡️এ ডি আৰ ই পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ সুবিধাৰ বাবে এন এফ ৰে’লৱে ব্যৱস্থা কৰিছে ছখন বিশেষ ৰে’লৰ ৷

➡️ভইচ কল আৰু ব্ৰডবেণ্ড সেৱা অব্যাহত থাকিব।

➡️এ ডি আৰ ই পৰীক্ষাৰ বাবে বন্ধ থাকিব সাপ্তাহিক বজাৰ ৷

Exit mobile version