ADRE.2.0 :
➡️দেওবাৰে তৃতীয় বৰ্গৰ স্নাতক এ ডি আৰ ই ৰ পৰীক্ষা |
➡️সম্পূৰ্ণ কটকটীয়া নিৰাপত্তামূলক ব্যৱস্থাৰ মাজত অনুষ্ঠিত হ’ব এই পৰীক্ষা।
➡️ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ পি অনুসৰি হ’ব পৰীক্ষা ৷
➡️তৃতীয় বৰ্গত অৱতীৰ্ণ হৈছে ৭,৩৪ ,০৮০ প্ৰাৰ্থী ৷
➡️দেওবাৰে ৰাজ্যজুৰি কৰ্তন হ’ব ইন্টাৰনেট সেৱা ৷
➡️পুৱা ৮:৩০ বজাৰ ৪-৩০ বজালৈ কৰ্তন হ’ব ইণ্টাৰনেট সেৱা ।
➡️ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।
➡️এ ডি আৰ ই পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীৰ সুবিধাৰ বাবে এন এফ ৰে’লৱে ব্যৱস্থা কৰিছে ছখন বিশেষ ৰে’লৰ ৷
➡️ভইচ কল আৰু ব্ৰডবেণ্ড সেৱা অব্যাহত থাকিব।
➡️এ ডি আৰ ই পৰীক্ষাৰ বাবে বন্ধ থাকিব সাপ্তাহিক বজাৰ ৷