Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

শান্তিৰ লক্ষ্যৰে আলোচনা বিচাৰি মাওবাদীৰ এইবাৰ দ্বিতীয়খন চিঠি 

publisher by publisher
April 19, 2025
in India, News
Reading Time: 1 min read
0
‘শান্তি প্ৰস্তাৱ’ৰ মাজতে বাস্তৰত বন্দুকযুদ্ধ, নিহত দুজন মাওবাদী
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Private Plane Crash in Chhattisgarh:ছত্তীশগড়ৰ যশপুৰত ব্যক্তিগত বিমান দুৰ্ঘটনাগ্রস্ত

ছত্তীশগড়ত ৰ’পৱেত অঘটন! ট্ৰলী ভাঙি মহিলা নিহত, আহত সাত জন

ছত্তীশগড়ত বৃহৎ অভিযান: ১০০০ৰো অধিক LPG চিলিণ্ডাৰ জব্দ

Naxal: মাওবাদীমুক্ত ভাৰতৰ লক্ষ্যৰে সমগ্ৰ চত্তীশগড়ত অবিৰত অভিযান চলি আছে। যোৱা কেইমাহমানত, মাওবাদী সংগঠনবোৰে ১০০ৰো অধিক শীৰ্ষ কমাণ্ডাৰৰ মৃত্যুত তেওঁলোক দিখৌহাৰা হৈছে ।

ADVERTISEMENT

বেছিভাগ মাওবাদীয়ে নিজৰ জীৱন ৰক্ষাৰ বাবে আত্মসমৰ্পণ পথ বাছি লৈছে । এনে পৰিস্থিতিত মাওবাদীৰ উত্তৰ-পশ্চিম উপ-মণ্ডল ব্যুৰোৱে চৰকাৰলৈ লিখিত বাৰ্তা প্ৰেৰণ কৰি এমাহৰ বাবে যুদ্ধবিৰতিৰ অনুৰোধ জনায়। মাওবাদীসকলে শান্তি আলোচনাৰ বাবে ১৭ এপ্ৰিলত এখন লিখিত বিবৃতি জাৰি কৰে।

বিগত আঠ এপ্ৰিলত মাওবাদীয়ে যুদ্ধবিৰতিৰ অনুৰোধ জনাই এখন পত্ৰ প্ৰকাশ কৰে। সেই পত্ৰখনৰ শাৰী অনুসৰণ কৰি মাওবাদীয়ে দ্বিতীয়খন পত্ৰত উল্লেখ কৰিছে যে, “অপাৰেচনৰ নামত এই হত্যাকাণ্ড তৎক্ষণাত বন্ধ কৰিব লাগে ইয়াৰ পৰিৱৰ্তে, সমস্যাটো সমাধান কৰাৰ প্ৰতি মনোযোগ দিয়া উচিত। ”

মাওবাদীয়ে লগতে কয় যে, ‘আমাৰ আবেদন কোনো ৰণনীতি নহয়। দুয়োপক্ষই আলোচনা কৰিবলৈ সন্মত হ’লে এই যুদ্ধবিৰতি নিতান্তই প্ৰয়োজনীয়। শান্তি আলোচনাৰ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ এইয়া প্ৰয়োজনীয়। আমি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষা কৰিম। ’

মাওবাদীয়ে ছত্তীশগড়ৰ মুখ্যমন্ত্রীলৈ যুদ্ধবিৰতি বিচৰা প্রথমখন চিঠিৰ প্রত্যুত্তৰত মাওবাদীয়ে যদি শান্তি বিচাৰে তেন্তে চৰকাৰে ইতিবাচক পদক্ষেপ লোৱাৰ ইংগিত দিছিল৷ তাৰ আধাৰত মাওবাদীয়ে দ্বিতীয়খন চিঠিত উল্লেখ কৰিছে যে,তাৰ আধাৰত দ্বিতীয় পত্ৰত মাওবাদীয়ে উল্লেখ কৰিছে যে যুদ্ধবিৰতি নোহোৱালৈকে মাওবাদীৰ বিভিন্ন জ’নেল কমাণ্ডাৰৰ সৈতে সাক্ষাৎ কৰিব নোৱাৰিব। বিভিন্ন অঞ্চলৰ মাওবাদী নেতাক সাক্ষাৎ কৰাৰ সময়তে নিৰাপত্তাৰক্ষীৰ গুলীচালনাত কেবাজনো নেতা নিহত হৈছে।

ইয়াৰ বাবেই মাওবাদীয়ে শান্তি আলোচনা সম্পূর্ণ কৰিবলৈ এমাহৰ যুদ্ধবিৰতিৰ দাবী উত্থাপন কৰে৷ এই সন্দৰ্ভত মানৱ অধিকাৰ সংগঠনসমূহকো আগবাঢ়ি আহিবলৈ মাওবাদীয়ে অনুৰোধ জনাইছে।

২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত মাওবাদী মুক্ত ভাৰত গঢ়ি তোলাৰ বাৰ্তা গৃহমন্ত্ৰী অমিত শ্বাহে। ২০২৪ চনত বাস্তৰ অঞ্চলত নিৰাপত্তা বাহিনীৰ অভিযানত ২৮৭ জন মাওবাদী নিহত হৈছিল।

হেজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আত্মসমৰ্পণ কৰিছে ৮৩৭জন লোকে। তাৰ পাছত এই বছৰৰ মাত্ৰ তিনি মাহতে এতিয়ালৈকে ১৩০ জন মাওবাদীক হত্যা কৰা হৈছে। কেৱল বস্তাৰ ৰেঞ্জত সংখ্যাটো ১১০।

মাও প্ৰধান জিলাৰ সংখ্যা ১২ খনৰ পৰা ছখনলৈ হ্ৰাস পাইছে।এসময়ত মাওবাদী প্ৰধান বাষ্টাৰ ৰেঞ্জৰ বাৰেশ্বেট্টী গাঁওখনক মাওবাদী মুক্ত ঘোষণা কৰা হৈছে।

কাৰ্যতঃ এতিয়া মাওবাদীসকল উপায়হীন হৈ এতিয়া চৰকাৰক এমাহৰ বাবে শত্ৰুতা বন্ধ কৰি শান্তি আলোচনাৰ প্ৰস্তাৱ দিবলৈ অনুৰোধ জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChhattisgarhNaxal
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d