Kaziranga National Park will be opened to tourists on 1 October:১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য

kaziranga 1

Kaziranga National Park will be opened to tourists on 1 October:

➡️ ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য ৷

➡️ সমাগত শীতৰ আগমনৰ লগে লগে প্ৰাণ পাই উঠিব কাজিৰঙা ৷

➡️ সোঁত বব দেশ- বিদেশৰ পৰ্যটক ৷

➡️ অভয়াৰণ্য খনৰ মুকলিৰ লগে লগে আৰম্ভ হ’ব জীপ চাফাৰী ৷

➡️ অৱশ্যে হাতী চাফাৰী মুকলি হ’ব এক নৱেম্বৰত ৷

Exit mobile version