Hasina is in trouble again:পুনৰ বিপাঙত হাছিনা !

এইবাৰ পুত্র-কন্যাৰ বিৰুদ্ধে পদক্ষেপ ইউনুছ চৰকাৰৰ

shekh hasina

Hasina is in trouble again:

বাংলাদেশৰ পলাতক-পদত্যাগী প্রধানমন্ত্রী শ্বেখ হাছিনা বর্তমানে ভাৰতত। হাছিনাৰ পাৰপত্ৰ বাতিল কৰিলে বাংলাদেশ চৰকাৰে। কূটনৈতিক পাৰপত্ৰৰে তেওঁ ভাৰতত ৪৫ দিন থাকিব পাৰিব আৰু ইতিমধ্যে উক্ত সময়সীমা অতিক্ৰম কৰিলে।

এইবাৰ বাংলাদেশ চৰকাৰে হাছিনাৰ বিৰুদ্ধে এক পদক্ষেপ গ্রহণ কৰিলে। হাছিনাৰ পুত্র সজীৱ ৱাজদ জয় আৰু কন্যা ছায়মা ৱাজেদ পুতুলৰ বেংক একাউন্ট জব্দ কৰিলে বাংলাদেশ চৰকাৰে

একেদৰে বাংলাদেশৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে হাছিনা পুত্ৰ আৰু কন্যাৰ বেংক একাউণ্ট ছীল কৰিবলৈ সিদ্ধান্ত লয়।

Exit mobile version