Assam Police physical examination canceled due to rain in Guwahati:প্ৰতিকুল বতৰৰৰ বাবে গুৱাহাটীত বাতিল হ’ল অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা

assam police

Assam Police physical examination canceled due to rain in Guwahati:

➡️প্ৰতিকুল বতৰৰৰ বাবে গুৱাহাটীত বাতিল হ’ল অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা ৷

➡️আজি পুৱাৰে গুৱাহাটীত অব্যাহত আছে কিনকিনিয়া বৰষুণ ৷

➡️চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ খেলপথাৰত পৰীক্ষাৰ স্থান নিৰ্ধাৰণ কৰা হৈছিল ৷

➡️৫ অক্টোবৰত অনুষ্ঠিত হ’ব আৰক্ষীৰ শাৰীৰিক পৰীক্ষা ৷

➡️প্রতিকূল বতৰৰ বাবে এই সিদ্ধান্ত SLPRBৰ।

➡️অৱশ্যে আজি ৰাজ্যৰ আন আন স্থানত অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা।

➡️৫৫৬৩টা পদৰ বাবে আৰক্ষীৰ নিযুক্তি পৰীক্ষা ৷

Exit mobile version