Horoscope:ৰাশিফল

horoscope 1

Horoscope:ৰাশিফল

মেষ: আর্থিক দিশত স্বচ্ছলতা আহিব। ব্যৱসায়ত শুভফল আশা কৰিব পাৰে। প্রেমত শুভ। বিদ্যাৰ্থীৰ শুভ।

বৃষ: উদ্যোগৰ পৰা আয় বৃদ্ধি হ’ব। কিন্তু আশা কৰা মতে ধন সঞ্চয় কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ।

মিথুন: উচ্চ শিক্ষাৰ নানা বাধাৰ সন্মুখীন হ’ব। শাৰীৰিক ক্ষেত্ৰত শুভ ফল আশা কৰিব নোৱাৰে। প্ৰেমত শুভ।

কর্কট: বিবাহৰ যোগাযোগত শুভ। দাম্পত্য জীৱন সুখকৰ হ’ব। সন্তানৰ যশ কীর্তিয়ে আনন্দ দিব। প্রেম-প্রীতিৰ আশাপ্ৰদ ফল পাব।

সিংহ: চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ অযথা পলম আৰু বাধা আহিব। ব্যৱসায়ত শুভ যদিও কোনো লোকৰ পৰা ক্ষতি হ’ব পাৰে।

কন্যা: পাৰিবাৰিক দিশত কাৰোবাক দায়িত্বপূর্ণ কাম দিয়াৰ পূৰ্বে সাৱধান হ’ব, মাহটোত হাতলৈ অর্থ আহিলেও ব্যয়ৰ বাট মুকলি থাকিব। বিদ্যার্থীৰ বাবে অশুভ দিনটো।

তুলা: নিবনুৱা ব্যক্তিৰ কৰ্মলাভৰ যোগ আছে। আইনজ্ঞ সকলৰ অশুভ। স্থাবৰ সম্পত্তি লাভৰ যোগ। বিবাহৰ ক্ষেত্ৰত নতুন যোগাযোগ হ’ব।

বৃশ্চিক: বিবাহৰ প্ৰাৰ্থীৰ বাবে শুভ। ভ্রমণত সাৱধান হ’ব। প্ৰেমৰ ক্ষেত্রত বাধাসমূহ দূৰ হ’ব। প্রতি শুকুৰ বাবে দেৱী সন্তোষীৰ পূজা-অৰ্চনা কৰিব।

ধনু : আয়ৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ কৰিব। উপাৰ্জন বৃদ্ধি পাব। ব্যৱসায়ত ক্ষেত্ৰত তলতীয়া লোকৰ পৰা সাৱধান। প্ৰেমত অশুভ।

মকৰ : কৰ্মক্ষেত্ৰত শুভফল লাভৰ সম্ভাৱনা আছে। স্থান পৰিৱৰ্তন, পদোন্নতি যশ বৃদ্ধিৰ কাৰক। বিদ্যার্থীৰ পক্ষে শুভ মাহ।

কুম্ভ: প্রেম-বিবাহৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হোৱাৰ সম্ভাৱনা আছে । পাৰিবাৰিক দিশত পিতৃ-মাতৃৰ অশুভ। প্ৰেমত হতাশা আনিব। দাম্পত্যত সুখ।

মীন: বৈষায়িক উন্নতি হোৱাৰ কাৰক আছে। পুৰণা সংগ লাভ কৰিব। প্ৰেমত শুভ। বিদ্যার্থীৰ অশুভ।

Exit mobile version