Lottery Banned In Assam:ৰাজ্যত নিষিদ্ধ হ’ল লটাৰী খেল

lottary

Lottery Banned In Assam:

ৰাজ্যত নিষিদ্ধ হ’ল লটাৰী খেল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা পিছতে বকোত হাহাকাৰ। বকোৰ লটাৰী খেল কমিটিয়ে কাৰ্যালয়ৰ বেনাৰ খুলি দিয়ে। পুৰস্কাৰ বাবে মজুত ৰখা যান-বাহন ততাতৈয়াকৈ আঁতৰাই।

দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম সমাজৰ মন্দিৰ নিৰ্মাণ বাবে অনুস্থিত কৰা হৈছিল খেলখন। অহা ১৬ অক্টোবৰত অনুষ্ঠিত কৰাৰ কথা আছিল লটাৰী খেলখন।

Exit mobile version