Guwahati AASU Protest:স্মাৰ্ট মিটাৰৰ সন্ত্ৰাসৰ পৰা ৰাজ্যবাসীক মুক্তি দিয়াৰ হুংকাৰ গুৱাহাটী আছুৰ

aasu protest

Guwahati AASU Protest:

➡️শ্বহীদ ন্যাসৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা, গুৱাহাটী মহানগৰ সমিটিৰ দ্বাৰা তীব্ৰ প্ৰতিবাদ ৷

➡️অসম চৰকাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৷

ৰাজ্যত স্মাৰ্ট মিটাৰে সৃষ্টি কৰা সমস্যাৰ সমাধানৰ উদ্দেশ্যে আছুৰ প্ৰতিবাদ ৷

➡️স্মাৰ্ট মিটাৰৰ সন্ত্ৰাসৰ পৰা ৰাজ্যবাসীক মুক্তি দিয়াৰ হুংকাৰ আছুৰ ৷

Exit mobile version