Pabitora Wildlife Sanctuary opened to tourists today:আজি পর্যটকৰ বাবে মুকলি হ’ল পবিতৰা বন্যপ্রাণী অভয়াৰণ্য

morigaon

Pabitora Wildlife Sanctuary opened to tourists today:

দেশী-বিদেশী পর্যটকৰ অন্যতম আকর্ষণস্থলী এশিঙিয়া গঁড়ৰ ৰম্যভূমি মৰিগাঁও জিলাস্থিত পবিতৰা বন্যপ্রাণী অভয়াৰণ্য আজি পৰ্যটকৰ বাবে মুকলি কৰা হয়।

ৰাজ্য চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে পুৱা ১১ বজাত ২০২৪-২৫ বৰ্ষৰ পৰ্যটকৰ বাবে আনুষ্ঠানিকভাবে এই কাৰ্যসূচী ৰূপায়ণ কৰে।

এই কাৰ্যসূচীত জলসম্পদ মন্ত্রী পীযুষ হাজৰিকা, তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীবন চন্দ্র কোঁৱৰ, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে বন বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

Exit mobile version