Date of the by-elections for five constituencies in Assam has been Announced:অসমৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

by election 66

Date of the by-elections for five constituencies in Assam has been Announced:

➡️অসমৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা ৷

➡️চামগুৰি, ছিদলী, ধলাই,বঙাইগাঁও, বিহালীৰ নিৰ্বাচনৰ দিন ঘোষণা ।

➡️ভোটগ্রহণ অনুষ্ঠিত হ’ব ১৩ নৱেম্বৰত।

➡️মনোনয়ন দাখিলৰ অন্তিম দিন ২৫ অক্টোবৰ ।

➡️মনোনয়ন পৰীক্ষা কৰা হ’ব ২৮ অক্টোবৰত ৷

➡️মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ৩০ অক্টোবৰ ৷

➡️ভোটগণনা হ’ব ২৩ নৱেম্বৰ শণিবাৰে ৷

Exit mobile version