Pre-election violence in Rupihihat:উপ- নিৰ্বাচনৰ দিন ঘোষণা নৌহওঁতেই ৰূপহীহাটত প্ৰাক নির্বাচনী কেন্দ্ৰীক হিংসা

rupahi hat

Pre-election violence in Rupihihat:

➡️উপ- নিৰ্বাচনৰ দিন ঘোষণা নৌহওঁতেই ৰূপহীহাটত প্ৰাক নির্বাচনী কেন্দ্ৰীক হিংসা

➡️চামগুৰি উপ নির্বাচনৰ বাবে শিঙিমাৰীৰ পৰা ওলোৱা কংগ্ৰেছৰ বাইক ৰেলীৰ মাজতেই উত্তপ্ত পৰিস্থিতি ৷

➡️কংগ্ৰেছৰ বাইক ৰেলীৰ মাজত কাজিয়াৰ সূত্ৰপাত ৷

➡️বৰতলত কংগ্ৰেছ- বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট ৷

➡️সমদলকাৰী কংগ্ৰেছীয়ে বিজেপিৰ পোষ্টাৰ ফলাৰ অভিযোগ ৷

➡️বিজেপিৰ কৰ্মীয়ে কংগ্ৰেছী বিধায়কদ্বয় নুৰুল হুদা আৰু শিৱামণি বৰাৰ বাহনত আক্ৰমণৰ অভিযোগ ৷

➡️কংগ্ৰেছৰ সমদলত অংশ লোৱা বহুকেইখন বাহন ভাঙি লণ্ড-ভণ্ড ৷

➡️পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী- অৰ্ধ সামৰিক বাহিনী মোতায়েন ৷

Exit mobile version