Vice President Jagdeep Dhankhar is on a two-day visit to Assam and Meghalaya: দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে অসম আৰু মেঘালয়লৈ দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

vp 1

Vice President Jagdeep Dhankhar is on a two-day visit to Assam and Meghalaya:

➡️দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে অসম আৰু মেঘালয়লৈ দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷

➡️গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত উপ-ৰাষ্ট্ৰপতি গৰাকীক উস্ম আদৰণি ৷

➡️অসম চৰকাৰৰ হৈ সপত্নীক উপ-ৰাষ্ট্ৰপতিক আদৰণি জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , মুখ্য সচিব ড: ৰবি কোটা আৰু মেয়ৰ মৃগেন শৰণীয়াই ৷

➡️গুৱাহাটীৰ পৰা বিশেষ হেলিকপ্টাৰেৰে শ্বিলঙলৈ ৰাওনা উপ-ৰাষ্ট্ৰপতি গৰাকী ।

➡️শ্বিলঙৰ হেলিপেডত উপ-ৰাষ্ট্ৰপতিক আদৰণি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ।

Exit mobile version