Actress Tamannaah Bhatia Interrogated By Ed In Guwahati:গুৱাহাটীস্থ ইডিৰ কাৰ্যালয়ত জেৰা মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়াক

tamannaaah

Actress Tamannaah Bhatia Interrogated By Ed In Guwahati:

➡️গুৱাহাটীত বলিউদ মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া ৷

➡️মহানগৰীৰ খ্ৰীষ্টানবস্তীস্থ ED কাৰ্যালয়ত জেৰা বাহুবলীৰ অভিনেত্ৰী গৰাকীক ৷

➡️মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত ভাটিয়াক জেৰা ED ৰ ৷

➡️অভিনেত্ৰী গৰাকীক পূৰ্বে তিনিবাৰকৈ ED য়ে প্ৰেৰণ কৰিছিল চমন ৷

➡️বৃহস্পতিবাৰে গুৱাহাটী উপস্থিত হোৱা তামান্নাক পাঁচঘন্টাজুৰি জেৰা ইডিৰ  ৷

➡️দুপৰীয়া দুই বজাৰ পৰা ইডিৰ জেৰাৰ সন্মুখীন তামান্না ৷

➡️দিনৰ ১-২০ বজাত মাতৃৰ স’তে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় তামান্না ৷

Exit mobile version