Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Terrible landslides in Guwahati:মহানগৰীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন

দুটা পৰিয়ালৰ বাসগৃহ ওপৰত খহি পৰিল প্ৰকাণ্ড শিল,ধ্বংসস্তূপত মাজত আবদ্ধ এজন লোক, উদ্ধাৰ অভিযান অব্যাহত এছডিআৰএফৰ

publisher by publisher
June 7, 2025
in Assam, News
Reading Time: 1 min read
0
Terrible landslides in Guwahati:মহানগৰীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

Terrible landslides in Guwahati:

অপৰিকল্পিতভাৱে মহানগৰ গঢ়ি তোলা, গছ-গছনি ধ্বংস কৰা তথা চৰকাৰ-ৰাইজ সকলোৰে অৱহেলাত বাৰিষা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মৰণফান্দত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হোৱা বুলি চর্চা হৈছে ৷ ইয়াৰ মাজতে শনিবাৰে মহানগৰীৰ ৰূপনগৰত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন ৷ দুটা পৰিয়ালৰ ঘৰৰ ওপৰত খহি পৰে প্ৰকাণ্ড শিল ৷

ADVERTISEMENT

১০-১২ ফুটৰ ওপৰৰ পাহাৰৰ শিল-মাটি খহি ভাঙি মুহূৰ্ততে চূৰমাৰ হয়  দুটা বাসগৃহ ৷ ধ্বংসস্তূপত পৰিণত বিনয় সিং আৰু ৰেণু বমনৰ বাসগৃহ ৷ এতিয়াও ধ্বংসস্তূপত মাজত এজন লোক আবদ্ধ আছে ৷ আবদ্ধ হৈ থকা লোকজনৰ নাম মনেশ্বৰ ৰাজবংশী ৷

আনহাতে ঘটনাস্থলীত ভঙাগড় আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ চাৰিটা হাতী সমান জোখৰ বৃহাদাকাৰ শিল ভাঙিবলৈ ব্যৱহাৰ কৰা হৈছে ড্রিলিং মেছিন ৷

উল্লেখযোগ্য বিগত সপ্তাহত দিয়া মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ ভূস্খলন প্রৱণ পাহাৰীয়া অঞ্চলসমূহ বিপজ্জনক হৈ পৰিছে। ইতিমধ্যে চৰকাৰীভাবে কেতবোৰ অঞ্চলক ভুস্খলন প্রৱণৰূপে চিহ্নিত কৰা হৈছে। এই স্পৰ্শকাতৰ অঞ্চলসমূহৰ মাজত শীর্ষত আছে চুণচালি পাহাৰ। এই পাহাৰত ৭৭ টা স্থান স্পর্শকাতবরূপে চিহ্নিত কৰা হৈছে। তাৰ পাছতে নুনমাটিত ৪০ টা, খানাপাৰাত ৩৩ টা, নাৰেংগীত ৩১ টা আৰু হেঙেৰাবাৰীত ৩০ টা স্থান স্পর্শকাতৰৰূপে চিহ্নিত হৈছে।

বিপজ্জনক স্থানৰ তালিকাত কাহিলীপাৰাৰ ২৫ টা, শান্তিপুৰৰ ২০ টা আৰু নৰকাসুৰ পাহাৰৰ কে’বাটাও স্থান আছে। তদুপৰি গড়ভাংগাত নটা, মালিগাঁৱত আঠটা, কালাপাহাৰত সাতটা আৰু গোটানগৰ আৰু নৱগ্রহত ছটাকৈ স্পর্শকাতৰ স্থান আছে। একেদবে ফটাশিল, কামাখ্যা-নীলাচল আৰু কইনাধৰাতো পাঁচটাকৈ স্পর্শকাতৰ স্থান আছে। তদুপৰি জালুকবাৰী-লংকেশ্বৰত দুটা আৰু শুক্লেশ্বৰত এটা স্পর্শকাতৰ স্থান আছে। অপৰিকল্পিত নির্মাণ কার্য তথা পৰিবেশ তথা প্রকৃতি ধ্বংসৰ ফলত মহানগৰীৰ বিভিন্ন স্থান বাৰিষা বিপজ্জনক হোৱা বুলি চর্চিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiRESCUEDRupnagarSDRFTerrible landslides
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d