Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Nagaon Dist administration has started preparations for the by-elections in the Samaguri assembly constituency:চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ জিলা প্ৰশাসনৰ

উপ-নির্বাচনত সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৪৪৮ গৰাকী, ৰাজনৈতিক দল-সাংবাদিকৰে বৈঠক জিলা আয়ুক্তৰ

samimsultana by samimsultana
October 17, 2024
in News, Assam, India
Reading Time: 2 mins read
0
Nagaon Dist administration has started preparations for the by-elections in the Samaguri assembly constituency:চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ জিলা প্ৰশাসনৰ
1
SHARES
9
VIEWS
ShareShareShareShare

Nagaon Dist administration has started preparations for the by-elections in the Samaguri assembly constituency:

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত ৮৮ নম্বৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত সাংবাদিকসকলৰ স’তে এখন বিশেষসভা অনুষ্ঠিত হয়। জিলা আযুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপ- নির্বাচনত সংবাদকর্মীসকলৰ ক্ষেত্রত প্রযোজ্য নীতি- নির্দেশনাসমূহৰ বিষয়ে অৱগত ক্ৰাৰ লগতে নিৰ্বাচনত সহায়- সহযোগিতা কামনা কৰে জিলা প্রশাসনে।

ADVERTISEMENT

জিলা আয়ুক্ত শ্বাহে উল্লেখ কৰে যে চামগুৰি সমষ্টিত এইবাৰৰ উপ-নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৪৪৮ গৰাকী। ইয়াৰে ৯১,৩০৪ জন পুৰুষ, ৮৯,১৩৩ গৰাকী মহিলা আৰু ১১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। সমষ্টিটোত ১৯৭টা ভোটগ্রহণ কেন্দ্ৰত ১৩ নৱেম্বৰত ভোটগ্রহণ অনুষ্ঠিত হ’ব । নির্বাচনত অৱতীর্ণ হ’বলগীয়া প্রার্থীসকলৰ মনোনয়নপত্র ১৮ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ গ্ৰহণ কৰা হ’ব।

RelatedPosts

No Content Available

২৮ অক্টোবৰত মনোনয়ন পত্রসমূহ পৰীক্ষা আৰু মনোনয়নপত্র প্রত্যাহাৰৰ অন্তিম দিন হৈছে ৩০ অক্টোবৰ। লগতে জিলা আয়ুক্তজনে কয় যে এইবাৰ ম’বাইল এপৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব আৰু ৯০ মিনিটৰ ভিতৰত অভিযোগ নিষ্পত্তি কৰাৰ চেষ্টা কৰিব। ইভিএম কঢ়িয়াই অনা বাহনত জিপিএছ ব্যৱস্থা থাকিব বুলি আয়ুক্তজনে সদৰী কৰে।

আনহাতে, জিলাখনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নিৰাপত্তা দিশটো তিনিটা জ’নত বিভক্ত কৰা হৈছে বুলি উল্লেখ কৰি শান্তিপূর্ণভাবে নির্বাচন অনুষ্ঠিত কৰিবলৈ জিলা আৰক্ষী-প্রশাসনে সম্ভৱপৰ সকলো ব্যৱস্থা গ্রহণ কৰিব বুলি কয়।

ইফালে, জিলা আয়ুক্তজনে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ স’তে আন এখন বৈঠকত মিলিত হয়। বৈঠকত আইন শৃংখলা আৰু নিৰ্বাচনী আচৰণ বিধিৰ নীতি নিয়মসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বিশদভাবে আলোচনা কৰা হয়। জিলা আয়ুক্তজনে উল্লেখ কৰে যে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণ বিধি সমগ্র জিলাখনতে প্রযোজ্য হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: by-electionsNagaon Dist administration has started preparationsSamaguri assembly constituency
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d