Sanjeev Khanna is the next Chief Justice of SC:দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না

khanna

Sanjeev Khanna is the next Chief Justice of SC:

➡️দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না ৷

➡️দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি ন্যায়াধীশ সঞ্জীৱ খান্নাক ৷

➡️মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে ১০ নৱেম্বৰত কৰিব অৱসৰ গ্ৰহণ ৷

➡️সঞ্জীৱ খান্নাই মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰিব ২০২৫ৰ ১৩ মে’ লৈকে ৷

Exit mobile version