CBI launches probe into trading scam:
➡️ৰাজ্য কঁপোৱা যোৱা ট্রেডিং কেলেংকাৰিৰ তদন্ত আৰম্ভ চিবিআইৰ ৷
ADVERTISEMENT
➡️ডিব্ৰুগড় আৰু গুৱাহাটীত উপস্থিত চিবিআইৰ দল |
➡️এটা দল ডিব্ৰুগড়ত উপস্থিত হোৱাৰ বিপৰীতে আন এটা দল গুৱাহাটীত ৷
➡️অনলাইন ট্ৰেডিং গোচৰ সন্দৰ্ভত ডিব্ৰুগড় কাৰাগাৰত কাৰাবন্দী হৈ থকা বিশাল,চুমি আৰু তাৰ্কিকক জেৰা কৰিব চিবিআই-এ |
➡️আজিৰে পৰা আৰম্ভ হ’ব DB STOCK কেলেংকাৰীৰ চিবিআইৰ তদন্ত |
➡️গুৱাহাটী গড়চুকস্থ চিবিআইৰ কাৰ্যালয়লৈ তলব ভুক্তভোগী বিনিয়োগকাৰীক।
➡️বর্তমানেও পলাতক মহাপ্ৰৱঞ্চক দিপাংকৰ বৰ্মন ।
➡️ট্ৰেডিং গোচৰ সন্দৰ্ভত ৰজু হোৱা ৪১ গোচৰ চিবিআইক হস্তান্তৰ কৰিছিল অসম আৰক্ষীয়ে ৷