Horoscope:ৰাশিফল

horoscope 1

Horoscope:ৰাশিফল

মেষ: ক’ৰবাত যাত্ৰা কৰিব হ’লে দিনৰ ১২টাৰ পাছত যাত্ৰা কৰিব। যাত্ৰাৰ সময়ত হালধীয়া ৰং আৰু বস্ত্ৰ পৰিধান কৰিব। দাম্পত্য মধম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

বৃষ: কর্মক্ষেত্রত জটিলতা আছে। আর্থিক মধ্যম। ভ্রমণ বা যাত্রা নকৰাই ভাল। প্রেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

মিথুন: আন দিনৰ তুলনাত আজিৰ দিনটো শুভ। সহযোগী আৰু বন্ধুৰ পৰা আনন্দ লাভ। পৈতৃক সম্পত্তি লাভৰ কাৰকতা আছে। শুভ ৰং বগা। শুভ সংখ্যা ৫।

কর্কট: দিনৰ প্ৰথম ভাগত ভ্ৰমণ কৰিব পাৰে। ব্যৱসায়ত ভাল আৰু নতুন কোনো সুযোগ লাভ কৰিব পাৰে। বিদ্যাত মধ্যম। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।

সিংহ: কর্মত সফলতা পোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব। আর্থিক সমস্যা আছে। সামাজিক শুভ। সন্তানৰ শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

কন্যা: দাম্পত্য মতানৈক্য আৰু জটিল হোৱাৰ আশংকা দেখা যায়। দিনটোত খং দমন কৰিলে শুভ ফলদায়ক হ’ব। আর্থিক মধ্যম। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

তুলা: কর্মক্ষেত্রত উন্নতিৰ যোগ বিদ্যমান। আয়বৃদ্ধিৰ কাৰকতা আছে। সন্তানৰ কৰ্মলাভৰ যোগ। কোনো সমস্যাৰ সমাধান অশা কৰা যায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

বৃশ্চিক: বিদ্যার্থীৰ শুভ। ব্যৱসায়ত প্ৰচুৰ শ্ৰমৰ আৱশ্যক আছে। দিনটোত বিশেষ প্রয়োজন থাকিলে ভ্রমণ কৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ৩।

ধনু: কোনো পুৰাতন ৰোগৰ উপশম হোৱাৰ কাৰকতা দেখা যায়। কর্মস্থানৰ যোগ্যতা বজাই থাকিব আৰু সামাজিক কৰ্মত শুভ ফল। শুভ ৰং কমলা। শুভ সংখ্যা ২।

মকৰ: আৰ্থিক শুভ ভাব বজাই ৰাখিব। বিদ্যার্থী আৰু কৰ্মপ্ৰাৰ্থীৰ ভাল দেখা যাব। ভ্রমণত বাধা হ’ব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৯।

কুম্ভ: পাৰিবাৰিক শুভ। ব্যৱসায়ত ভাল। খৰচ বৃদ্ধি হ’ব পাৰে। শৰীৰৰ স্বাস্থ্যৰ বাৰে প্ৰতি নজৰ দিয়া ভাল। মাতৃৰ আৰোগ্য লাভ। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।

মীন: দিনটোত প্রেম-প্ৰণয়ৰ ক্ষেত্ৰত ভাল দেখা নাযায়। আর্থিক আদান- প্রদান সতৰ্কতাৰে কৰিব। বিদ্যাত বাধা আছে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।

Exit mobile version