Congress Protest In Rupahihat:কংগ্ৰেছ বিধায়কৰ বাহনত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত ৰূপহীহাট থানাও ঘেৰাও কংগ্ৰেছীৰ

থানাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ ভূপেন বৰা সহ বহু জ্যেষ্ঠ নেতা

bhupen 1

Congress Protest In Rupahihat:

দুজনকৈ কংগ্ৰেছী বিধায়কৰ বাহনত বিজেপি কৰ্মীয়ে আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত শণিবাৰে ৰূপহীহাটত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ আৰক্ষীয়ে আক্ৰমণকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰি ৰূপহীহাট থানাৰ সন্মুখত দুই শতাধিক কংগ্ৰেছীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ADVERTISEMENT

ধর্ণা কার্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ সাংসদদ্বয় প্ৰদ্যুৎ বৰদলৈ,ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা,বিধায়কসকল ,নুৰুল হক,ৰেকিবুদ্দিন আহমেদ,শিৱামণি বৰা সহ বহু কেই গৰাকী জ্যেষ্ঠ নেতা ।

Exit mobile version