Prime Minister Narendra Modi will leave for Russia in the morning: ব্ৰিকছ শিখৰ সন্মিলনত অংশ ল’বলৈ পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা ৰাছিয়ালৈ ৷

pm modi 1

Prime Minister Narendra Modi will leave for Russia in the morning:

➡️ ব্ৰিকছ শিখৰ সন্মিলনত অংশ ল’বলৈ পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা ৰাছিয়ালৈ ৷

➡️ ২৩ আৰু ২৪ অক্টোবৰত অনুষ্ঠিত হ’ব ব্ৰিকছ শিখৰ সন্মিলন ৷

➡️ ১৬ সংখ্যক ব্ৰিকছ শিখৰ সন্মিলন অনুষ্ঠিত হ’ব ৰাছিয়াৰ কাজান চহৰত ৷

➡️ পাঁচ মাহৰ ব্যৱধানত প্ৰধানমন্ত্ৰী মোদীৰ এইয়া দ্বিতীয় ৰাছিয়া ভ্ৰমণ ৷

➡️ মস্কোত প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিব ৰাছিয়ান ৰাষ্ট্ৰপতি পুটিন ৷

➡️ ব্ৰিকছ সদস্য ৰাষ্ট্ৰ কেইখন হ’ল ভাৰত,ৰাছিয়া,চীন,ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা ৷

Exit mobile version