BJP candidate Diganta Ghatwaar filed his nomination papers in Bihali:বিহালীত বিশাল সমদলৰে চমক বিজেপি প্ৰাৰ্থীৰ

মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ

bihali uu

BJP candidate Diganta Ghatwaar filed his nomination papers in Bihali:

ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ- নিৰ্বাচনৰ গৰম বতাহ ক্ৰমাৎ তীব্ৰতৰ ৷ বুধবাৰে বিহালী সমষ্টিৰ বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰে দাখিল কৰে মনোনয়ন । বিশাল সমদলৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন দাখিল কৰে।

দিগন্ত ঘাটোৱাৰক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা,মন্ত্ৰীদ্বয় পীযূষ হাজৰিকা, সঞ্জয় কিষাণ ,সাংসদদ্বয় ৰঞ্জিত দত্ত আৰু কামাখ্যা প্রসাদ তাছা, বিধায়ক দিগন্ত কলিতা , উৎপল বৰা সহ কে’বা গৰাকী বিধায়ক ৷

Exit mobile version