Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাৰ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন

publisher by publisher
June 23, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাৰ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই আজি নগাঁও জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে ।

ADVERTISEMENT

নগাঁও জিলা ভ্ৰমণ কালত মন্ত্ৰীগৰাকীয়ে নগাঁও সদৰ ৰাজহ চক্ৰ, চামগুৰি ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ বিভিন্ন ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰ পৰিদৰ্শন কৰে । তদুপৰি মন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক প্ৰদান কাৰ্যৰ লগত জড়িত স্বাস্থ্যকৰ্মী আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ স’তে মত-বিনিময় কৰাৰ লগতে কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি তথা অন্যান্য সা-সুবিধাসমূহৰ বিষয়ে বিশদভাৱে বুজ লয় ।

কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে ২১ জুন ২০২১ তাৰিখৰ পৰা আৰম্ভ হোৱা বৃহৎ টিকাকৰণ অভিযান সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ কয় যে, জিলা প্ৰশাসনে প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হোৱা বিষয়টো নিশ্চিতভাৱে প্ৰশংসনীয় । তেওঁ বৃহৎ টিকাকৰণ অভিযানৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা ইতিবাচক সঁহাৰিৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে ।

লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, এই ক’ভিড সংক্ৰমণ ৰোধ কৰাত জনসাধাৰণৰ এক গভীৰ দায়িত্ব আছে ।

মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত নগাঁও জিলাৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপূৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ আৰু জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Pijush Hazarika
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d