AAP nominates candidate in state by- elections:ৰাজ্যৰ উপ- নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ আপ’ৰ

dhanuar

AAP nominates candidate in state by- elections:

➡️ ৰাজ্যৰ উপ- নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ আপ’ৰ ৷

➡️ বিহালীত অনন্ত গগৈক প্রার্থিত্ব ৷

➡️ চামগুৰিত প্ৰক্ষেপ নুৰুল আমিন চৌধুৰীক ৷

➡️ বঙাইগাঁও ,ধলাইত প্রার্থী ঘোষণা কৰিব আপে।

➡️ আপৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিয়ালে ৷

Exit mobile version