Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জল-স্থল সকলোতে যুদ্ধৰ আখৰা, যিকোনো মুহূৰ্ততে বাজিব ৰণশিঙা 

প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীক সাক্ষাৎ : ৰাজনাথ সিঙৰে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত

publisher by publisher
April 28, 2025
in India, News
Reading Time: 1 min read
0
জল-স্থল সকলোতে যুদ্ধৰ আখৰা, যিকোনো মুহূৰ্ততে বাজিব ৰণশিঙা 
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

যিকোনো মুহূৰ্ততে পাকিস্তানৰ বাবে বাজি উঠিব পাৰে ৰণভেৰী। সাজু হৈ উঠিছে দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনী।স্থল-জল-আকাশ কেউদিশতে সষ্টম হৈছে প্ৰতিৰক্ষা বাহনীসমূহ। আন্তর্জাতিক সীমান্তৰ পৰা আৰৱ সাগৰৰ বক্ষলৈ অহৰহ চলিছে যুদ্ধৰ আখৰা।

ADVERTISEMENT

দেশৰ পশ্চিম প্রান্তৰ জলসীমা আৰৱ সাগৰৰ বুকুত নৌসেনা বাহিনীয়ে যুদ্ধংদেহি ভাৱেৰে অনুশীলনত ব্যস্ত হৈছে। উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত পাকিস্তানী সন্ত্রাসবাদীয়ে জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ পৰ্যটকক পৈশাচিক বৰ্বৰতাৰে হত্যা কৰাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তান তথা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দি আহিছে।

কালিও তেওঁৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানত সন্ত্ৰাসবাদ ধ্বংসৰ বাবে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিয়ে। এনেদৰে বৃদ্ধি পোৱা যুদ্ধৰ সম্ভাৱনাক অধিক প্রবল কৰি কালি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বী (চিডিএছ) জেনেৰেল অনিল চৌহান এক আলোচনাত মিলিত হয়।

ইয়াৰ লগে লগে এটা কথা স্পষ্ট হৈ পৰিছে যে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যিকোনো মুহূৰ্ততে যুদ্ধ ঘোষণা কৰাৰ সম্ভাৱনা আছে। সূত্ৰৰ মতে, পহলগামৰ নৰসংহাৰৰ পাছতে মোদী চৰকাৰে দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহক যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হ’বলৈ নিৰ্দেশ জাৰি কৰে।

ইয়াৰ ইংগিত প্ৰতিৰক্ষা বাহিনীসমূহৰ তৎপৰতাই ইতিমধ্যে স্পষ্ট কৰিছে। কালি পুৱা আৰৱ সাগৰত ভাৰতীয় নৌসেনা বাহিনীৰ একাধিক যুদ্ধ জাহাজে আখৰাত অংশ লয়। সমুদ্ৰবক্ষৰ পৰা ক্ষেপণাস্ত্র উৎক্ষেপণৰ অনুশীলনো নৌসেনা বাহিনীয়ে অব্যাহত ৰাখিছে।

দূৰৈৰ লক্ষ্যবস্তুত আঘাত কৰাৰ ক্ষেত্ৰত দেশৰ যুদ্ধ জাহাজসমূহ কিমান সক্ষম, সেয়া এই আখৰাৰ জৰিয়তে বুজ লোৱা হৈছে বুলিও সূত্ৰই প্ৰকাশ কৰিছে। নৌসেনাৰ এনে অনুশীলনৰ জৰিয়তে ভাৰতে প্ৰত্যাক্ৰমণৰ বাৰ্তা প্ৰেৰণ কৰিছে বুলি একাংশই ধাৰণা কৰিছে।

অৱশ্যে এই সম্পৰ্কত কোনো তথ্য প্ৰকাশ কৰা নাই নৌসেনাই। এনে অৱস্থাতে এজন নৌসেনা বিষয়াই সংবাদ মাধ্যমক কয়, ‘যিকোনো পৰিস্থিতিৰ বাবে আমি কিমান সাজু আছো সেয়া প্ৰদৰ্শনৰ বাবে ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজে এই আখৰাত যোগ দিছে। আখৰা সফল হৈছে। আমি যে সাজু আছো এয়া হৈছে তাৰ প্ৰমাণ।’

এই আখৰাৰ একাধিক ফটো আৰু ভিডিঅ’ নৌসেনাই প্রকাশ কৰিছে। এনে ফটো আৰু ভিডিঅ’ত দেখা গৈছে নৌসেনাই এই অনুশীলনত একাধিক ব্রাহ্মছ ক্ষেপণাস্ত্রও ব্যৱহাৰ কৰে। মাজ সমুদ্ৰৰ পৰা এই ক্ষেপণাস্ত্র নিক্ষেপ কৰা হয়। নৌ সেনাবাহিনীৰ প্ৰস্তুতি সন্দৰ্ভত নৌসেনা বিষয়াই কয়, ‘দেশৰ সামুদ্ৰিক আৰু নৌ সংক্রান্ত স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ নৌ সেনাবাহিনী সদায় প্রস্তুত। সকলো সময়তে সকলো ঠাইতে আৰু সকলো ধৰণৰে নৌসেনা বাহিনী প্রস্তুত থাকে।’

আনহাতে, আৰৱ সাগৰত ভাৰতীয় নৌ সেনাবাহিনীৰ এই যুদ্ধ অনুশীলনক লৈ পাকিস্তান অসন্তুষ্ট বুলি সূত্রই জানিবলৈ দিছে। ইয়াৰ পূৰ্বে কালি ভাৰতীয় সেনাই

এটা ভিডিঅ’ প্ৰকাশ কৰে। এই ভিডিঅ’টোত প্ৰত্যাক্ৰমণৰ বাৰ্তা আছে। সেনাই স্পষ্ট কৰি দিছে যে দেশৰ স্বাৰ্থৰক্ষা আৰু যিকোনো পৰিস্থিতি মোকাবিলাৰ বাবে ভাৰতীয় সেনা সদা প্রস্তুত। ভাৰতীয় সেনাই প্ৰেৰণ কৰা এনে বাৰ্তাৰ পাছতে কালি নৌসেনাই অনুৰূপ বাৰ্তা প্ৰেৰণ কৰে। উল্লেখ্য যে ভাৰতে ১৯৬০ৰ সিন্ধু জলচুক্তি বাতিল কৰাক লৈ ক্ষুব্ধ পাকিস্তানে মন্তব্য কৰিছে যে সিন্ধু নৈ বাহিনীৰ পানী দেশখনলৈ বৈ নগ’লে তাক যুদ্ধৰূপে গণ্য কৰিব।

এনে অৱস্থাতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহে প্রত্যাক্রমণৰ বাবে সষ্টম হোৱাৰ ইংগিত দিছে। প্ৰতিৰক্ষা বাহিনীসমূহ এনে যুদ্ধ অনুশীলনত ব্যস্ত হোৱাৰ সময়তে কালি আকাশবাণী মন কী বাত অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কয়, ‘সন্ত্রাসবাদক ভাৰতে কঠোৰ প্ৰত্যুত্তৰ দিব। কাৰ্গিলৰ পৰা কন্যাকুমাৰী পৰ্যন্ত শোক আৰু ক্ষোভ বিৰাজ কৰি আছে। এয়া (পহলগামৰ আক্ৰমণ) কেৱল পৰ্যটকৰ ওপৰতে আক্ৰমণ নহয়, দেশৰ শত্ৰুৱে ভাৰতৰ আত্মাক আক্ৰমণ কৰাৰ দুঃসাহস কৰিছে। সন্ত্ৰাসবাদক সম্পূৰ্ণ নিৰ্মূল কৰাৰ সময় উপস্থিত হৈছে।’

কালি মোদীয়ে তেওঁৰ এই অনুষ্ঠানৰ প্ৰথম ছয় মিনিটত পহলগামৰ প্ৰসংগতে মন্তব্য কৰে। তেওঁ কয়, ‘পহলগামৰ ঘটনা দেখি প্ৰত্যেক ভাৰতীয়ৰ ৰক্ত উথলি উঠিছে ১৪০ কোটি ভাৰতীয় শোকস্তব্ধ। কাশ্মীৰলৈ শান্তি ঘুৰি আহিছিল। স্কুল-কলেজ খুলিছিল। গণতন্ত্র মজবুত হৈছিল। দেশৰ বা জম্মু-কাশ্মীৰৰ শত্ৰুৰ এয়া সহ্য নহ’ল। কাশ্মীৰক অশান্ত কৰিবলৈ এই ডাঙৰ ষড়যন্ত্ৰ কৰিলে।’ দেশবাসীক ঐক্যবদ্ধ হ’বলৈও মোদীয়ে দেওবাৰে আহ্বান জনায়।

তেওঁ কয়, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ১৪০ কোটি ভাৰতীয়ৰ একতাই হ’ল আমাৰ সৰ্ববৃহৎ শক্তি। সমগ্ৰ বিশ্বই দেখিছে সন্ত্ৰাসবাদীৰ নৰসংহাৰৰ পাছত দেশে একে সুৰত কথা কৈছে।’ সন্ত্ৰাসবাদীৰ এই নৰসংহাৰৰ পাছত বিভিন্ন দেশে সমবেদনা জনাইছে বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘আমালৈ বিশ্বনেতাসকলে ফোন কৰিছে। চিঠি লিখি ঘটনাৰ নিন্দা কৰিছে।’ সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ কাষত সমগ্ৰ বিশ্ব ঐক্যবদ্ধভাৱে থাকিব বুলিও মোদীয়ে আশা প্ৰকাশ কৰে।

পুঞ্চত এলঅ’চিৰ ওচৰত ভূগর্ভস্থ বাংকাৰত বয়-বস্তু মজুত কৰিছে স্থানীয় লোকে

নিয়ন্ত্ৰণ ৰেখা (এলঅ’চি)ৰ কাষত সম্প্ৰতি এক ভিন্ন চিত্র দেখা গৈছে। সীমান্তৱৰ্তী পুঞ্চ অঞ্চলত স্থানীয় লোকে ‘মোদী বাংকাৰ’ৰূপে নামকৰণ কৰা ভূগৰ্ভস্থ বাংকাৰত ৰচদ মজুত কৰিছে। কালি গোটেই দিন স্থানীয় গাঁওবাসীয়ে এই বাংকাৰত ৰচদ মজুত কৰাত ব্যস্ত হৈ থাকে। ইয়েও যিকোনো মুহূর্ততে যুদ্ধ ঘোষিত হোৱাৰ সম্ভাৱনা বহন কৰিছে বুলি চৰ্চা হৈছে।

সূত্ৰৰ মতে, সম্ভাব্য যুদ্ধৰ প্ৰস্তুতিৰূপে স্থানীয় গাঁওবাসীয়ে ভূগর্ভস্থ বাংকাৰ পুনৰ বসবাসৰ যোগ্য কৰি তোলাত ব্যস্ত হৈছে। এটা সংবাদ সংস্থাৰ ভিডিঅ’ত দেখা গৈছে যে পুঞ্চ অঞ্চলৰ এখন গাঁৱৰ লোকে ভূগর্ভস্থ বাংকাৰসমূহ মেৰামতি কৰিছে।

পাকিস্তানী সামৰিক ঘাটিৰ ওচৰত অৱস্থিত সালোত্ৰি আৰু কৰ্মাৰহাৰ মাজৰ অঞ্চলৰ বাসিন্দাসকলে ভূগর্ভস্থ বাংকাৰত প্রয়োজনীয় বয়-বস্তু মজুত কৰিবলৈ লৈছে। যোৱা ২২ এপ্ৰিলৰ পৰা পহলগামৰ নৰসংহাৰৰ প্ৰাকমুহূৰ্তলৈ শান্ত আৰু নিৰিবিলি জীৱন-যাপনত অভ্যস্ত এই গ্রামাঞ্চলসমূহৰ লোকসকল সম্প্ৰতি সম্ভাব্য যুদ্ধৰ বাবে সাজু হৈ উঠিছে।

ইয়াৰ অংশৰূপে তেওঁলোকে ভূগর্ভস্থ বাংকাৰত কম্বল, বিছনাসহ নিত্য প্রয়োজনীয় বয়-বস্তু মজুত কৰিবলৈ লৈছে। এই সম্পৰ্কত স্থানীয় এজন লোকে সাংবাদিকক কয়, ‘আমাৰ ইয়াৰ মানুহে এই বাংকাৰসমূহৰ কথা পাহৰিয়ে গৈছিল। এতিয়া আমি এই বাংকাৰসমূহ পৰিষ্কাৰ কৰিবলৈ লৈছো। আশা কৰো যে শান্তি সোনকালে ঘূৰি আহিব।’ অঞ্চলটোৰ লোকে জনায় যে তেওঁলোকৰ ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাৰ ওপৰত দৃঢ় বিশ্বাস আছে। পহলগামৰ সন্ত্ৰাসবাদীৰ নৰসংহাৰক গৰিহণা দি স্থানীয় এজন লোকে কয়, ‘যেতিয়াই প্রয়োজন হ’ব তেতিয়াই আমি আমাৰ সেনা আৰু প্ৰশাসনক সম্পূর্ণ সহযোগ কৰিম । প্রয়োজনত আমি আমাৰ জীৱন দিবলৈও সাজু আছো।’

তেওঁ জনোৱা মতে, প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বত এই ভূগর্ভস্থ বাংকাৰসমূহ নিৰ্মাণ কৰা হয়। সেয়েহে এই বাংকাৰসমূহক স্থানীয় ৰাইজে ‘মোদী বাংকাৰ’ নাম দিছে। উল্লেখ্য যে পুঞ্চৰ উপৰি জম্মু-কাশ্মীৰৰ ৰাজৌৰি, বাৰামুলা আৰু কুপৱাৰাৰ সীমামূৰীয়া অঞ্চলসমূহতো ‘মোদী বাংকাৰ’ নিৰ্মাণ কৰা হৈছে।সম্প্ৰতি সীমান্তৰ বিভিন্ন অঞ্চলৰ লোকে এই ভূগর্ভস্থ বাংকাৰসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি বসবাসৰ উপযোগী কৰি তুলিছে।

প্ৰতিৰক্ষা মন্ত্ৰীৰ বাসভৱনত চিডিএছ চৌহান

পহলগামৰ নৰসংহাৰক কেন্দ্ৰ কৰি পাকিস্তানৰ স’তে দেশৰ সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটাৰ সময়তে কালি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নতুন দিল্লীস্থিত বাসভৱনত উপস্থিত হৈ তেওঁৰ স’তে এক আলোচনাত মিলিত হয় দেশৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুৰব্বী (চিডিএছ) জেনেৰেল অনিল চৌহান। সম্প্ৰতি বিৰাজ কৰা পৰিস্থিতিত প্ৰতিৰক্ষা মন্ত্ৰীৰ স’তে

চিডিএছৰ এই আলোচনাই যথেষ্ট তাৎপর্য বহন কৰিছে। সূত্ৰই জনোৱা মতে, পাকিস্তানক প্ৰত্যুত্তৰ দিয়াৰ উদ্দেশ্যে দেশৰ সামৰিক বাহিনীয়ে গ্ৰহণ কৰা মূল সিদ্ধান্তসমূহৰ বিষয়ে আলোচনাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী সিঙক অৱগত কৰে চিডিএছ চৌহানে। উল্লেখ্য যে পহলগামৰ নৰসংহাৰত জড়িত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Maan ki BaatNarendra ModiPahelgamPahelgam Terror AttackPakistan
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d