Aap Candidate Nomination:আজি মনোনয়ন দাখিল কৰিব আপৰ ২ প্ৰাৰ্থীয়ে

aap 77

Aap Candidate Nomination:

➡️সমুখ সমৰত আপ – কংগ্ৰেছ- বিজেপি |

➡️আজি মনোনয়ন দাখিল কৰিব আপৰ ২ প্ৰাৰ্থীয়ে |

➡️চামগুৰিৰ আপৰ প্ৰাৰ্থী নুৰুল আমিন চৌধুৰী |

➡️২ বজাত নগাঁৱত দাখিল কৰিব মনোনয়ন |

➡️সহস্ৰাধিক সমৰ্থক লৈ দাখিল কৰিব মনোনয়ন |

➡️১ বজাত বিহালীৰ প্ৰাৰ্থী অনন্ত গগৈৰ মনোনয়ন |

➡️বিশ্বনাথৰ আপৰ কাৰ্যালয়ৰ পৰা মনোনয়ন যাত্ৰা |

➡️হাজাৰ হাজাৰ সমৰ্থক লৈ মনোনয়ন দাখিল কৰিব গগৈয়ে |

Exit mobile version