Asomiya yuva mancha Pressmeet:গুৱাহাটীত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল ।

asomiya 1

Asomiya yuva mancha Pressmeet:

➡️গুৱাহাটীত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল ।

➡️দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ ভৱ নাথ নামৰ এজন ঠিকাদাৰৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ।

➡️শিলচৰ জিৰিপামৰ পৰা মেঘালয় হৈ যোৰহাটত  অবৈধ চুপাৰি সৰবৰাহৰ অভিযোগ ।

➡️চুপাৰি ছিণ্ডিকেটৰ লগত জনৈক হাতীবৰুৱা, মহন্ত, শইকীয়া,গুপ্তা আৰু দুজন মান অখিলঞ্জীয়া ব্যক্তিয়ে অবৈধ চুপাৰি সৰবৰাহ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই থকাৰ অভিযোগ ।

➡️স্মাৰ্ট মিটাৰৰ ফলত হোৱা অসুবিধাক লৈয়ো সৰব অসমীয়া যুৱ মঞ্চ।

Exit mobile version