Majuli  Kamalabari Ferry Terminal : সুকীয়া স্থানৰ পৰা যাতায়ত আৰম্ভ হ’ব কমলাবাৰী পাৰঘাটৰ

আজিৰে পৰা মাজুলীৰ ব্রহ্মপুত্রৰ নদী পথত চলিছে খনন

MAJULI TERMINAL

Majuli Kamalabari Ferry Terminal :

➡️ সুকীয়া স্থানৰ পৰা যাতায়ত আৰম্ভ হ’ব কমলাবাৰী পাৰঘাটৰ ৷

➡️ আভ্যন্তৰীণ জল-পৰিবহণ বিভাগে স্থানান্তৰ কৰিব কমলাবাৰী পাৰঘাট ৷

➡️ দৰবাৰ চাপৰিলৈ স্থানান্তৰিত কৰিব মাজুলীৰ কমলাবাৰী পাৰঘাট ৷

➡️ নদীপথত বালিচৰ পৰাৰ বাবে ব্যাহত ফেৰী চলাচল ৷

➡️ ব্রহ্মপুত্র বুকুত ঠায়ে ঠায়ে বালিচৰ পৰা বাবে ইতিমধ্যে আবদ্ধ হৈছিল বহু কেইখন যাত্ৰীবাহী ফেৰী ৷

➡️ যাৰবাবে ২০ অক্টোবৰৰ পৰা বন্ধ হৈ আছে কমলাবাৰী-নিমাতী পাৰঘাট ৷

➡️ ফেৰী চলাচলত অসুবিধাৰ দূৰ কৰিবলৈ চৰকাৰৰ বিশেষ পদক্ষেপ ৷

➡️ আজিৰে পৰা মাজুলীৰ ব্রহ্মপুত্রৰ নদী পথত চলিছে খনন ৷

➡️ বহু কেইখন অত্যাধুনিক ড্ৰেজাৰেৰে আৰম্ভ হৈছিল নদীপথ খননৰ কাম ৷

➡️ শীৰ্ঘেই খনন কাম সম্পন্ন হোৱা আশা আভ্যন্তৰীণ জল-পৰিবহণ বিভাগৰ।

Exit mobile version