Bangladeshi citizen arrested in Golokganj:গোলকগঞ্জত আটক বাংলাদেশী নাগৰিক

bangla citizen 1

Bangladeshi citizen arrested in Golokganj:

➡️ ধুবুৰীৰ গোলকগঞ্জত আটক বাংলাদেশী নাগৰিক ৷

➡️ তিনিমাহ পূৰ্বে মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ বাংলাদেশীজন ৷

➡️ আটকাধীন ব্যক্তিজনৰ নাম ইমদাদুল হক ৷

➡️ ইমদাদুল হকৰ ঘৰ বাংলাদেশৰ মৈমনসিং কালদহৰ বিদ্যানন্দত।

Exit mobile version