Government employee arrested for taking bribe:বাইহাটাৰ কমলপুৰত দুৰ্নীতি নিবাৰক শাখাৰ জালত চৰকাৰী কৰ্মচাৰী

bangla citizen 2

Government employee arrested for taking bribe:

উৎকোচ লৈ পুনৰ হাত দাঙিলে আৰু এজন চৰকাৰী কৰ্মচাৰী। বাইহাটাৰ কমলপুৰত ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত কমলপুৰ ৰাজহ চক্ৰৰ উচ্চবৰ্গৰ সহায়ক হীৰেন চৌধুৰী।

নামজাৰি কৰ্তনৰ নামত এজন লোকৰ পৰা তিনি হেজাৰ টকা উৎকোচ লৈ থকা অৱস্থাতে দুৰ্নীতি নিবাৰক শাখাৰ হাতে-লোটে গ্ৰেপ্তাৰ কৰে হীৰেন চৌধুৰীক। ইতিমধ্যে ধৃত উচ্চবৰ্গৰ সহায়ক গৰাকীক অধিক জেৰাৰ বাবে দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ আনিছে ৷

Exit mobile version