After Dhanteras, gold prices again exceeded Rs 80,000:
সোণৰ মূল্যই পুনৰ নতুন অভিলেখ ৰচিলে। ধনতেৰছৰ পাছতে বৃহস্পতিবাৰে ৯৯৯ বিশুদ্ধতাৰ প্ৰতি ১০ গ্রাম সোণৰ মূল্য ৮০,২০০ টকা হ’ল।
মাত্ৰ এদিনৰ ব্যৱধানত সোণৰ মূল্য ৮৫০ টকা বৃদ্ধি পালে। আজি প্রতি কিলো ৰূপৰ মূল্য ৮০০ টকা বৃদ্ধিৰে ৯৮,৮৫০ টকা হ’ল।