Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Terrible road accident in Khanapara:দীপাৱলীৰ নিশা মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

দুখন স্কৰপিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ,থিতাতে প্ৰাণ গ'ল এহাল যুৱক- যুৱতীৰ 

samimsultana by samimsultana
November 1, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Terrible road accident in Khanapara:দীপাৱলীৰ নিশা মহানগৰীৰ খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
3
SHARES
27
VIEWS
ShareShareShareShare

Terrible road accident in Khanapara

দীপাৱলীৰ আনন্দ- উছাহৰ মাজতে মহানগৰীৰ খানাপাৰাত  জ

ADVERTISEMENT

নিশা সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এহাল যুৱক- যুৱতীৰ। আনহাতে শোকাৱহ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় নেহা বসুমতাৰী ৷ তেওঁক নিশাই ভৰ্তি কৰা হয় জিএমচিএইছত ৷ বৰ্তমান নেহা সংকটমুক্ত বুলি জানিব পৰা গৈছে। নেহাৰ ঘৰ গহপুৰত।

RelatedPosts

Drugs Seized in Khanapara:মহানগৰীৰ খানাপাৰাত বশিষ্ঠ আৰক্ষীৰ অভিযানত জব্দো৬ কোটিৰ ড্ৰাগছ,৪ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Accident in Samaguri :নগাঁৱৰ চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

Accident:যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

neha basumatriআনহাতে, মৃত্যু হোৱা যুৱকজনৰ নাম দীপিত দে’ আৰু যুৱতীগ ৰাকীৰ নাম কনামিকা নাৰ্জাৰী। কনামিকাৰ ঘৰ কোকৰাঝাৰৰ ঝাড়াগুৰিত আৰু দীপিত দেৰ ঘৰ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ শ্ৰীনগৰত । কনামিকা নাৰ্জাৰীয়ে গুৱাহাটীত কোচিং কৰি থকাৰ বিপৰীতে দীপিত আছিল গুৱাহাটী কৰ্মাচ কলেজৰ ছাত্ৰ।

প্ৰাপ্ত খবৰ অনুসৰি,দীপাৱলীৰ নিশা মহানগৰীৰ খানাপাৰাত এখন বগা স্কৰপিঅ’ আৰু আন এখন ক’লা ৰঙৰ স্কৰপিঅৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ক’লা ৰংঙৰ স্ক’ৰপিঅ’ খনে বিপৰীত ফালৰ পৰা অহা বগা স্কৰপিঅ খনৰ সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰি পথৰ কাষৰ ৰেলিং ভাঙি ফুটব্ৰীজৰ ওপৰত খুন্দা মাৰি পুনৰ তলত পৰে বাহনখন। ফলত স্কৰপিঅ’খন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।খানাপাৰাৰ দিশৰ পৰা আহিছিল ক’লা ৰঙৰ স্কৰপিঅ’খন। তিনিদিনৰ পূৰ্বেহে ক্ৰয় কৰিছিল স্ক’ৰপিঅ খন।

নিশা বাৰৰ পৰা ওলাই ওলায় অহা ক’লা স্কৰপিঅ ’খনত আছিল তিনি যুৱক-যুৱতী। তিনি যুৱক-যুৱতীৰ হাতত আছিল বাৰৰ এণ্ট্ৰী টেগ। খানাপাৰাত ইউ-টাৰ্ণ লোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বগা ৰঙৰ স্কৰপিঅ’খনত সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মাৰিছিল ক’লা স্কৰপিঅ’খনে।

আনহাতে নিশাই দিছপুৰ আৰক্ষী উপস্থিত হৈ নিহত যুৱক-যুৱতী হালৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চিএইছলৈ প্ৰেৰণ কৰাৰ বিপৰীতে নেহা নামৰ আহত যুৱতী গৰাকীক ততাতৈয়াকৈ প্ৰেৰণ কৰে জি এম চিএইছলৈ ৷

আৰক্ষী সূত্ৰে সদৰি কৰা মতে অত্যাধুনিক সুৰা পান কৰি ক’লা স্কৰপিঅ’খন চলাইছিল দীপিত দে’ই । যাৰ ফলত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: KhanaparaOne InjuredTerrible Road Accidenttwo Person Dead
samimsultana

samimsultana

Related Posts

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d