At GMCH Aadhaar card is compulsory:
➡️ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আধাৰ কাৰ্ড বাধ্যতামূলক ৷
ADVERTISEMENT
➡️ চিকিৎসালয় খনত চিকিৎসা কৰিবলৈ যাওতে প্ৰয়োজন আধাৰ কাৰ্ড ৷
➡️ ৰোগীয়ে চিকিৎসা কৰাৰ পূৰ্বে পঞ্জীয়নৰ সময়ত লাগিব আধাৰ কাৰ্ড ৷
➡️ আধাৰ কাৰ্ড বাধ্যতামূলক বুলি সদৰি কৰিলে জিএমচিএইছ কৰ্তৃপক্ষই।