Traffic guidelines issued for Chhath Puja celebrations in Guwahati:
➡️ ষট্ পূজা উপলক্ষে মহানগৰীত আৰক্ষী প্ৰশাসনৰ নীতি-নির্দেশনা ৷
➡️ ষট্ পূজা কমিটীয়ে পূজাস্থলীত নিজাববীয়াকৈ নিয়োগ কৰিব লাগিব স্বেচ্ছাসেৱক ৷
➡️ পূজাস্থলীত চিকিৎসকৰ দল ৰখাটো বাঞ্ছনীয় ৷
➡️ একেদৰে পূজাস্থলীত সুব্যৱস্থা কৰিব লাগিব ডাষ্টবিনৰ ৷
➡️ আনহাতে নিশা ১০ বজাৰ পিছত ফটকা ফুটুৱাত নিষেধাজ্ঞা ৷
➡️ মাজনিশা উচ্চস্বৰত বজাব নোৱাৰিব মাইক আৰু ডি জে ৷
➡️ পূজাস্থলীৰ মণ্ডপত খোৱা পানী আৰু পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাটো বাঞ্ছনীয় ৷
➡️ পূজাস্থলীত অত্যাধিক ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে সুকীয়া ব্যৱস্থা কৰিব লাগিব ৷
➡️ পূজাস্থলীত থাকিব লাগিব cctv কেমেৰা ব্যৱস্থা ৷