Bharalumukh:
➡️ দীঘলীপুখুৰীৰ পাছত এইবাৰ ভৰলুমুখৰ গছ কটাৰ যো-জা চৰকাৰৰ ৷
➡️ উৰণ সেতুৰ নিৰ্মাণৰ বাবে ভৰলুমুখৰ ৭০ জোপাৰো অধিক গছত চিহ্ন লোক নিৰ্মাণ বিভাগৰ।
➡️ ইয়াকে লৈ জাঙুৰ খাই উঠিছে ছাত্ৰ সমাজ তথা একাংশ প্ৰকৃতিপ্ৰেমী লোক।
➡️ প্ৰতিবাদত বহিল ৭০ উৰ্ধৰ আইতাও ।
➡️ ‘Save Trees, Save Bharalu’, ‘গছতকৈ মোমাই ডাঙৰ নহয়’, ‘Save Trees, Save Earth’ আদি প্লে’কাৰ্ড লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৷
➡️ উন্নয়নৰ নামত ভৰলুমুখৰ গছসমূহ নাকাটিবলৈ চৰকাৰলৈ বিনম্ৰ আহ্বান প্ৰতিবাদকাৰীৰ ।
➡️ আজি ভৰলুমুখত ছাত্ৰ সমাজৰ উদ্যোগত সন্ধিয়া পুণৰ প্ৰতিবাদ হ’ব ।