4 land brokers arrested:
➡️ সোনাপুৰৰ কচুতলীৰ জনজাতীয় আবেষ্টনীৰ ভূমি ক্রয়-বিক্রয়ত দালালি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ চাৰি দালাল ৷
➡️ বহুচৰ্চিত কচুতলীত একাংশ বেদখলকাৰীক বসতি স্থাপনৰ সুবিধা কৰি দিয়াৰ অভিযোগ উদ্থাপিত হৈছিল দালাল কেইজনৰ বিৰুদ্ধে ৷
➡️ ধৃত সোণাপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি নুৰ আহমেদ লস্কৰে বেদখলকাৰীক দিছিল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ।