Controversial RTI activist Dulal Bora granted bail:
➡️ বহু বিতর্কিত আৰ টি আই কর্মী দুলাল বৰাৰ জামিন মঞ্জুৰ ৷
➡️ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷
➡️ চৰাইদেওৰ পঞ্চায়ত সভাপতি দেৱজিত হাজৰিকাৰ চুইচাইড নোটত নাম আছিল বৰাৰ নাম ৷
➡️ পঞ্চায়ত সভাপতিজনৰ মৃত্যুৰ নাম সাঙোৰ খোৱাৰ পিছত অসমৰ পৰা পলায়ন কৰিছিল দুলাল বৰা ৷
➡️ দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল চৰাইদেও আৰক্ষীয়ে ৷